DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২৫ মে’ৰ পৰা উৰণ আৰম্ভ হ’ব ঘৰুৱা বিমানৰ! : প্ৰস্তুতি আৰম্ভ কৰিছে বিমান পৰিবহণ প্ৰতিষ্ঠানসমূহে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 7:19 pm
airlines1-1
37.7k
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি ল’কডাউন অব্যাহত থাকিলেও চতুৰ্থ পৰ্যায়ত ইয়াক শিথিল কৰা হৈছে।

ল’কডাউন শিথিল কৰাৰ পিছতে অহা ২৫ মে’ ৰ পৰা দেশত ঘৰুৱা বিমানৰ উৰণ পুনৰ আৰম্ভ হ’ব পাৰে!

ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি ল’কডাউন অব্যাহত থকাৰ সমান্তৰালভাৱে আন্তৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান উৰণ বন্ধ আছে।

চতুৰ্থ পৰ্যায়ৰ ল’কডাউন কিছু শিথিল কৰি দিয়াৰ পিছত দেশৰ আটাইকেইটা বিমান পৰিবহণ প্ৰতিষ্ঠানে আগন্তুক সপ্তাহৰ পৰা উৰণ পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

এক টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে অসমাৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে।

যাত্ৰীৰ পৰিবহণ মাপক পদ্ধতিক মন্ত্ৰালয়ে পৃথক ভাৱে জাৰি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে।

অৱশ্যে ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সহযোগ নকৰিলে কেন্দ্ৰই একপক্ষীয়ভাৱে পুনৰ ঘৰুৱা বিমানৰ উৰণৰ সিদ্ধান্ত ল’ব নোৱাৰিব। কালি এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, যোৱা ২২ মাৰ্চ পৰা আন্তৰাষ্ট্ৰীয় আৰু ২৫ মাৰ্চৰ পৰা ঘৰুৱা বিমানৰ উৰণ বন্ধ হৈ আছে।

অৱশ্যে পণ্য সামগ্ৰী সৰবৰাহৰ বাবে দেশত কাৰ্গ’ বিমানৰ চলাচল অব্যাহত আছে।

ইফালে ডিজিচিএ এয়াৰলাইন্সসমূহক আন্তৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান যাত্ৰীৰ অনলাইন বুকিঙো বন্ধ কৰাৰ নিৰ্দেশ দিছিল।

আনহাতে আন্তৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান উৰণৰ সম্পৰ্কত অসামৰিক বিমান পৰিবহণে এতিয়ালৈকে কোনো কথা জনোৱা নাই।

Recent News

Pori Hiloidari

পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা

Assam Career : IASST,গুৱাহাটীত পদ খালী, জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Assam Career : IASST,গুৱাহাটীত পদ খালী, জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Leo Messi Birthday

‘৩৫ নট আউট’: ৩৫ টা বসন্ত গৰকিলে ফুটবলৰ যাদুকৰে

অসমৰ তপন কুমাৰ ডেকাক আইবি প্ৰধান নিযুক্তি

অসমৰ তপন কুমাৰ ডেকাক আইবি প্ৰধান নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd