• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিতৃক চাইকেলত উঠাই দিল্লীৰ পৰা বিহাৰৰ ঘৰত উপস্থিত হোৱা ১৫ বছৰীয়া জ্যোতিক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতিৰ কন্যা ইভাংকা ট্ৰাম্পৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 8:32 am
34.7k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত দিল্লীৰ গুৰুগ্ৰামত আৱদ্ধ হৈ থকা বিহাৰৰ জ্যোতি কুমাৰী নামৰ ১৫ বছৰীয়া ছোৱালী গৰাকীয়ে নিজৰ আঘাতপ্ৰাপ্ত পিতৃক চাইকেলত উঠাই ১,২০০ কিলোমিটাৰ চাইকেল চলাই স্বগৃহত উপস্থিত হোৱা ঘটনাক প্ৰশংসাৰে উপচায় পেলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পে।

‘‘ধৈৰ্য্য আৰু ভালপোৱাৰ এই সুন্দৰ কীৰ্তিয়ে ভাৰতীয় জনগণ আৰু চাইক্লিং ফেডাৰেশ্যনৰ কল্পনাক আকৃষ্ট কৰিছে,’’ ট্ৰাম্পৰ কন্যা ইভংকাই এইদৰে টুইট কৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দিল্লীত আৱদ্ধ হৈ থকা ১৫ বছৰীয়া জ্যোতিয়ে পিতৃক চাইকেলত তুলি ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি বিহাৰত উপস্থিত হোৱা ঘটনাই সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল।

মাৰ্কিন ৰাষ্ট্ৰপতিৰ কন্যাই পুনৰ এবাৰ জ্যোতিৰ কাৰ্য্যক প্ৰশংসা কৰি ইয়াক চৰ্চাৰ মাজলৈ টানি আনে।

উল্লেখযোগ্য যে, ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনে জ্যোতিৰ সাম্যৰ্থ দেখি তেওঁক অহা মাহত ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনাইছে।

ল’কডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিক সকলে বিভিন্ন পন্থা অৱলম্বন কৰি নিজৰ ঘৰত উপস্থিত হোৱাৰ বাবে চেষ্টা কৰা দেখা গৈছে।

চৰকাৰে ১ মে’ৰ পৰা সীমিত বাধ্যবাধকতাৰ মাজেৰে বিনামূলীয়া শ্ৰমিক ৰে’ল সেৱাও আৰম্ভ কৰিছে প্ৰব্ৰজিত শ্ৰমিক সকলকক ঘৰলৈ লৈ যোৱাৰ উদ্দেশ্যে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd