• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ঐতিহ্যক প্ৰতিফলিত কৰিব পৰা কফি টেবল বুক উন্মোচন ড’নাৰ মন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 5, 2020 11:55 am

1 min read

DoNER minister releases coffee table book Discovering the Heritage of Assam
225
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে অসমৰ  ঐতিহ্য প্ৰতিফলিত কৰিব পৰাকৈ প্ৰস্তুত কৰা ‘Discovering the Heritage of Assam’ শীৰ্ষক এখন গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰে।

ভাৰতীয় ৰাজহ সেৱাৰ ২০০৯ চনৰ বিষয়া পদ্মপানি বৰাই লিখি উলিওৱা গ্ৰন্থ খন  উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে গ্ৰন্থ খনে অসমৰ বিষয়ে বহু নজনা কথা জনাত পাঠকক সহায় কৰিব।

কফি টেবল বুক খনত অসমৰ ঐতিহ্যবাহী পৰম্পৰা,বিশ্বাস,বিভিন্ন জনগোষ্ঠীৰ স্বকীয় আচাৰ-ৰীতি আদি সুন্দৰ ভাবে সামৰি লোৱা হৈছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোক জীৱন তথা জনগোষ্ঠী আদিকৈল গ্ৰন্থ খনৰ লেখক পদ্মপানি বৰাই বহু দিনৰে পৰা অক্লান্ত ভাবে গৱেষণা তথা অধ্যয়ন চলাই গৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সিঙে বৰাৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে এনে কাৰ্যই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলক দেশৰ আন প্ৰান্ত সমূহৰ ওচৰ চপাই নিয়াত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd