• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুজৰাটত দ্বিখণ্ডিত মুম্বাই অভিমুখী এক্সপ্ৰেছ! স্বাধীনতা দিৱসতো ৰে’ল দুৰ্যোগৰ পৰা হাত সাৰি নগ’ল দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 2:58 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদ-মুম্বাই ডাবল ডেকাৰ এক্সপ্ৰেছ কথমপি স্বাধীনতা দিৱসৰ দিনা এক বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সাৰে। গুজৰাটৰ বদোদৰা ষ্টেচনৰ সমীপৰ গোথাংগমত দুডাল ডেকাৰ ৰে’লখনৰ মূল দেহৰ পৰা পৃথক হৈ পৰে।বাতানুকুল ০৭ আৰু ০৮ কোঠা চলন্ত ৰেলৰ পৰা পৃথক হয়। যদিও এটা বৃহৎ দুৰ্ঘটনা হোৱাৰ পৰা যাত্ৰীসকল বাছে তথাপিও যাত্ৰীসকল আতংকিত হৈ পৰে। পশ্চিম ৰেলৱেই এই ঘটনাৰ কাৰণৰ তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত অনুমান কৰা হৈছিল যে ৰে’লখনৰ দুটা ডবা সংযোগী ‘কাপলাৰ’ত বিঘিনি ঘটিব পাৰে। অৱশ্যে এতিয়ালৈকে কোনো কাৰণ ৰে’লৱেই উল্লেখ কৰা নাই।

পশ্চিম ৰেলৱেৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলৰ তথ্য অনুসৰি ১৫ আগষ্টৰ পুৱা ৮:৫০ বজাত এই ঘটনা সংঘটিত হৈছিল। ৰে’লৱেও নিশ্চিত কৰিছে যে ৰে’লখনৰ মূল দেহৰ পৰা দুয়োটা ডেকাৰ পৃথক কৰা হৈছে। মন কৰিবলগীয়া যে, ৰে’লৰ দুটা কোঠা পৃথক হৈ হঠাতে ৰৈ যোৱাৰ লগে লগে যাত্ৰীসকল ভয় খায়।

কিন্তু ডাবল ডেকাৰ এক্সপ্ৰেছ চালক আৰু অন্যান্য ৰে’ল শ্ৰমিকৰ প্ৰচেষ্টাত পৰিস্থিতি পৰিচালিত হ’ল। দুয়োটা কোঠাৰ পৃথকীকৰণৰ তথ্য লাভ কৰি ৰে’ল বিভাগৰ বিষয়াসকলে সেই স্থানত উপস্থিত হয়। কিয় এই ঘটনা সংঘটিত হ’ল তাৰ তদন্ত আৰম্ভ কৰিছে। ৱেষ্টাৰ্ণ ৰেলৱেই জনোৱা মতে, ৰে’লখনৰ সন্মুখ আৰু পিছফালৰ দুয়োটা অংশ নিকটতম প্লেটফৰ্মলৈ স্থানান্তৰ কৰা হৈছে। দুৰ্ঘটনাটোৰ বাবে ৰেলৰ চলাচল প্ৰভাৱিত হৈছে। লুপ লাইনত অস্থায়ীভাৱে আন ট্ৰেইন চলি আছে।

Apply Now

উল্লেখ্য যে,অতীতত ইটোৰ পাছত সিটো দুৰ্ঘটনা বাৰে বাৰে ৰেলপথৰ ওপৰত প্ৰশ্ন উত্থাপন হৈ আহিছে। কৰমণ্ডল এক্সপ্ৰেছ, কাঞ্জনজংঘা এক্সপ্ৰেছ, হাওৰা-চি এছ এম টি মেইলৰ দুৰ্ঘটনাৰ ভয়াবহতা এতিয়াও শেষ হোৱা নাই।বৰ্তমান ৰে’ল আৰু ৰে’ল মন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সুকীয়া ৰে’ল বাজেট এৰি দিয়াৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। ৭৮ সংখ্যক স্বাধীনতা দিৱসতো ৰে’লৱে উদযাপন কৰা হৈছে। ইয়াৰ বাবেই বিভিন্ন মহলে পুনৰ যাত্ৰীৰ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd