DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিউজিলেণ্ডৰ সাগৰৰ পাৰত আৱদ্ধ বহু তিমিৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2022 11:52 am
Whale dies in Newzealand sea beach
198
VIEWS
Share on FacebookShare on Twitter

নিউজিলেণ্ডৰ সাগৰৰ পাৰত আৱদ্ধ হৈ পৰি দুই ডজনতকৈও অধিক তিমিৰ মৃত্যু ঘটিছে। প্ৰাণী সংৰক্ষণবিদসকলে এই কথা সদৰী কৰিছে।

দেশখনৰ প্ৰাণী সংৰক্ষণ বিভাগে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে মাজ নিশা দক্ষিণ দ্বীপৰ সমীপত ৩৪টা তিমিৰ সন্ধান লাভ কৰে। ইয়াৰ ভিতৰত দীঘল পাখিযুক্ত ২৯টা পাইলট তিমিৰ মৃত্যু ঘটিছে।

পুৱাৰ জোৱাৰত বাকী পাঁচটা তিমিক পুনৰ পানীত ভহাই দিয়াৰ চেষ্টা চলাই থকা হৈছে। প্ৰাণী সংৰক্ষণ বিভাগে ফেচবুক প’ষ্ট এটাত জানিবলৈ দিছে যে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে।

লগতে পঢ়ক: কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে ‘বিদ্ৰোহী’ নেতা গোলাম নৱী আজাদে; দিলে কিছু পৰামৰ্শ!

তেওঁলোকে অৱশ্যে এই প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন কৰিব পৰা যাবনে নাই তাকলৈ সন্দেহ প্ৰকাশ কৰিছে।

বিভাগটোৰ মুখপাত্ৰ উন্টাৰবাৰ্গে কয় যে প্ৰাণী সংৰক্ষণ কৰ্মীসকলে তিমিবোৰক চোৱাচিতা কৰি আছে যদিও সেইবোৰ বৰ্তমান পানীৰ পৰা দূৰত আছে। এয়া এক দুৰ্ভাগ্যজনক ঘটনা যদিও সাগৰৰ পাৰত তিমি আৱদ্ধ হৈ পৰাটো এটা অতি সাধাৰণ ঘটনা বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰাণী সংৰক্ষণ বিভাগৰ সৈতে প্ৰজেক্ট জোনহা নামৰ স্থানীয় এটা তিমি উদ্ধাৰকাৰী দলে তেওঁলোকৰ এটা চিকিৎসকৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। 

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd