• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

অএনজিচিৰ সঞ্চালিকাৰ (মানৱ সম্পদ) দায়িত্ব গ্ৰহণ ড০ অলকা মিট্টালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2018 9:51 pm
IMG-20181127-WA0011
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অএনজিচিৰ সঞ্চালক (মানৱ সম্পদ)হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ড০ অলকা মিট্টালে। অৰ্থনীতিৰ স্নাতকোত্তৰ,  এমবিএ (মানৱ সম্পদ ব্যৱস্থাপনা), আৰু বাণিজ্য আৰু ব্যৱসায় অধ্যয়নৰ ডক্টৰেট ড০ অলকা মিট্টালে ১৯৮৫ চনত এগৰাকী স্নাতক শিক্ষাৰ্থী হিচাপে অএনজিচিত যোগদান কৰিছিল।

৩ দশক যোৰা তেওঁৰ কাৰ্যকালত ড০ মিট্টালে নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছে। তেখেত ২০১৫ চনৰ পৰাই অএনজিচি মাংগালোৰ পেটেৰকেমিকেলছ লিমিটেডৰ ব’ৰ্ডত অএনজিচিৰ মনোনীত সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Apply Now

সঞ্চালিকা (মানৱ সম্পদ) হিচাপে যোগদান দিয়াৰ পূৰ্বে পূৰ্বে ড০ মিট্টাল কোম্পানীটোৰ দক্ষতা বিকাশ বিভাগৰ মুৰব্বীৰ দায়িত্বত আছিল। এই পদত থকাৰ সময়ত ড০ মিট্টালে অএনজিচিৰ সমৰ্থন প্ৰাপ্ত অথবা উদগনি প্ৰাপ্ত দক্ষতা বিকাশ  কেন্দ্ৰ সমূহৰ কাৰ্য সম্পাদনত এটা নিয়মানুৱৰ্তিতা আনিছিল।

ইয়াৰ পূৰ্বে তেওঁ কৰ্পোৰেট ছচিয়েল ৰেছপন্সিবিলিটী মুৰব্বী হিচাপে কৰ্মৰত আছিল আৰু সমগ্ৰ ভাৰতে গুৰুত্বপূৰ্ণ কৰ্পোৰেট সামাজিক দায়বদ্ধতামূলক কাম-কাজ সম্পাদন কৰিছিল।

তেওঁ বৰোদৰা, মুম্বাই, দিল্লী, যোৰহাটৰ মানৱ সম্পদ-কৰ্মচাৰী সম্পৰ্কৰ কাৰ্যপ্ৰণালী দায়িত্বত থাকি তাতো নিজৰ দক্ষতাৰ পৰিচয় ডাঙি ধৰিছিল। ২০০৯ চনত তেওঁ দিল্লীৰ কৰ্পোৰেট কমিউনিকেশ্যনৰ মুকব্বী আছিল। ২০০১ চনৰ পৰা তেওঁ কোম্পানীটোৰ ১১০০০ গৰাকীৰো অধিক স্নাতক প্ৰশিক্ষাৰ্থীক কৰ্পোৰেট গভৰ্নেন্সৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছিল।

এগৰাকী জ্যেষ্ঠ মানৱ সম্পদ বিশেষজ্ঞ হিচাপে ড০ অলকা মিট্টালে বিভিন্ন পেচাদাৰী সংস্থা আৰু ফৰামলৈ যথেষ্ট অৱগান আগবঢ়াইছে। নেশ্যনেল ইন্সটিটিউট অব পাৰ্ছনেন মেনেজমেণ্টৰ কাৰ্যবাহী কমিটী সদস্য আৰু উত্তৰাঞ্চলৰ ব্যক্তিগত খণ্ডত কৰ্মৰত মহিলা ফৰামৰ সভানেত্ৰী আছিল। তেওঁ অএনজিচিৰ মহিলা উন্নয়ন মঞ্চৰো মুৰব্বী আছিল।

তেওঁ সকলো কৰ্মচাৰীলৈ সমান সুযোগ সুবিধা প্ৰদান কৰাৰ দৰ্শনত উদগণি দিছিল আৰু মহিলা কৰ্মচাৰীক বৃত্তিগতভাৱে উন্নতি কৰিবলৈ এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd