• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰণ্যকৰ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ নেভিলি শুলমেন বঁটা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 9, 2024 11:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
অসমৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ বিশ্বৰ প্ৰসিদ্ধ পৰিৱেশ সংস্থা “আৰ্থৱাটছ ইউৰোপ”ৰ ২০২৪-২৫ বৰ্ষৰ নেভিলি শুলমেন বঁটা আগবঢ়োৱা হৈছে ।

অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড: লহকৰ এই সন্মানীয় বঁটাটোৰ বাবে এইবাৰ বাচনিভুক্ত হোৱা একমাত্ৰ ভাৰতীয় । ড: লহকৰৰ সৈতে বিশ্বৰ অন্য দুজন বিজ্ঞানীলৈয়ো এই বঁটা আগবঢ়োৱা হৈছে।  

নেভিলি শুলমেন আৰ্থৱাটছ বঁটাৰ প্ৰাপকসকললৈ নতুন অৰ্থবহ গৱেষণাৰ লগতে পৰিৱেশ সম্পৰ্কীয় প্ৰকল্পত স্থানীয় সমূদায়ৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু ধৰিত্ৰীৰ কেতবোৰ বৃহত্তম পাৰিপাৰ্শ্বিক সমস্যাৰ মোকাবিলা কৰাৰ বাবে মঞ্জুৰি আগবঢ়োৱা হয় ।  

আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মূৰব্বী তথা উত্তৰ পূৱ ভাৰতত এছীয় হাতীৰ সংৰক্ষণ আৰু তৃণভূমি ব্যৱস্থাপনাৰ ক্ষেত্ৰত নিৰলসভাবে কাম কৰি অহা ড: লহকৰলৈ “অসমত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে যুৱ গৱেষক সকলৰ সবলীকৰণ” বিষয়ক প্ৰকল্পৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে ।   

বঁটাটোৰ বাবে বাচনিভুক্ত হোৱাৰ পাছত ড: লহকৰে কয়, “মোৰ প্ৰকল্পটোত অসমত বন্যপ্ৰাণী আৰু ইহঁতৰ আৱাসভূমিৰ সংৰক্ষণত যুৱ গৱেষক সকলক জড়িত কৰাত গুৰুত্ব দিয়া হৈছে । উত্তৰ পূৰ্বাঞ্চলৰ চহকী জৈৱ বৈচিত্ৰ্যৰ ৰক্ষক হ’ব পৰাকৈ যুৱ প্ৰজন্মক সবল আৰু সমৰ্থ কৰি তুলিবলৈ মই আগ্ৰহী । এই বঁটা লাভ কৰি মই সন্মানিত অনুভৱ কৰিছোঁ আৰু এই সহায়ৰ বাবে আৰ্থৱাটছৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ” ।

আৰ্থৱাটছ ইউৰোপে তেওঁলোকৰ ৱেবচাইটত সদৰি কৰিছে যে কেনিয়া আৰু ভাৰতত গৱেষণা কৰি থকা তিনিজন বিজ্ঞানীক ২০২৪/২৫ চনৰ নেভিলি শুলমেন বঁটাৰ বাবে বাচনি কৰা হৈছে । তিনিওগৰাকী বিজয়ীয়ে তেওঁলোকৰ প্ৰস্তাবিত প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে পুঁজি লাভ কৰিব।  

গৱেষকসকলে পৰিৱেশতন্ত্ৰৰ অৱস্থা নিৰীক্ষণ আৰু পুনৰুদ্ধাৰ কৰা আৰু সংৰক্ষণ কাৰ্যত স্থানীয় সমূদায়ৰ লগতে নৱ প্ৰজন্মৰ গৱেষক সকলক জড়িত কৰাৰ ওপৰত মনোনিবেশ কৰিব ।
Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd