• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহানগৰীৰ আৰ্য্য হাস্পাতালৰ চিকিৎসক ডাঃ বুলেন ফুকন ক’ভিড-১৯ত আক্ৰান্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 9, 2020 1:16 pm

1 min read

মহানগৰীৰ আৰ্য্য হাস্পাতালৰ চিকিৎসক ডাঃ বুলেন ফুকন ক’ভিড-১৯ত আক্ৰান্ত

ক’ভিড-১৯ত আক্ৰান্ত চিকিৎসক বুলেন ফুকন

64.2k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ আৰ্য্য হাস্পতালৰ চিকিৎসক ডাঃ বুলেন ফুকন ক’ভিড-১৯ ত আক্ৰান্ত হৈছে।

সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ক’ভিড টেষ্ট পজিটিভ আহে চিকিৎসকজনৰ।

বৰ্তমান তেওঁ মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (MMCH) ত চিকিৎসাধীন হৈ আছে। কেইদিনমানৰ পৰা সামান্য জ্বৰ হৈ আছিল ফুকনৰ।

আমিৰ লাল যাদৱ নামৰ ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিয়েই আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে MMCH ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।

শৰ্মাই সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি চিকিৎসক ফুকনে ক’ৰ’না ৰোগীৰ স্বাৱ টেষ্ট কৰাৰ সময়ত PPE কীট পৰিধান কৰা নাছিল।

অৱশ্যে বৰ্তমান চিকিৎসক বুলেন ফুকনৰ অৱস্থা সুস্থ আৰু জ্বৰ নাই বুলি জনাইছে ডাঃ শৰ্মাই।

চিকিৎসক ফুকনৰ পত্নীও জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে।

আজি তেওঁৰো স্বাব টেষ্ট কৰে স্বাস্থ্য বিভাগে।

ইতিমধ্যে, চিকিৎসক গৰাকীয়ে বসবাস কৰা খ্ৰীষ্টানবস্তিস্থিত অমৰাৱতী পেলেছ এপাৰ্টমেণ্ট কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd