• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰৰ নিৰ্বাচনী সমদল যোগ দি অগপ বিধায়কক চোকা সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উন্নয়নৰ বাবে আবণ্টিত ৪০ কোটি টকা আত্মসাত কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে

NE NOW NEWS ফাৰহানা আহমেদ
উত্তৰ লখিমপুৰ , November 26, 2018 5:55 pm

2 min read

h-3-1140x570
246
VIEWS
Share on FacebookShare on Twitter

অসমৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। শেহতীয়াভাৱে বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে লখিমপুৰত আহি উপস্থিত হৈছেহি ৰাজ্যখনৰ বিত্ত, গড়কাপ্তানি আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি ২৬ নৱেম্বৰৰ আবেলি অসম চৰকাৰৰ এই হাই প্ৰফাইল মন্ত্ৰীজনে লীলাবাৰী, উজ্জলপুৰ, আজাদ আৰু সোমদিৰি গাঁও পঞ্চায়ত এলেকাত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়।

লীলাবাৰী বিমানবন্দৰৰ ওচৰৰ ড০ ভূপেন হাজৰিকা মঞ্চত নিৰ্বাচনী প্ৰচাৰ সমদলক সম্বোধন কৰি ড০ শৰ্মাই লখিমপুৰৰ বিধায়ক উজ্জল দত্তক চোকা সমালোচনা কৰি কয় যে ২০১৬ৰ নিৰ্বাচনত বিজেপিৰ কৰ্মীসকলৰ সাহাৰ্যত নিৰ্বাচনক জিকি অহা অগপ দলৰ বিধায়ক দত্তই বিজেপিৰ কৰ্মীসকলক প্ৰতাৰণা কৰিছে। ড০ শৰ্মাই অভিযোগ কৰি কয় যে বিধায়ক দত্তই সমষ্টিবাসীৰ বাবে একোৱেই নকৰিলে।

মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে বিগত ২৫ বছৰে বিধায়ক দত্তই সমষ্টিবাসীৰ বাবে একোৱেই নকৰিলে আৰু লখিমপুৰৰ উন্নয়নৰ বাবে আবণ্টন কৰা পুঁজিৰ হৰণলুকি কৰিছে।

ড০ শৰ্মাই আৰু কৈছে যে উন্নয়ন নোহোৱা বুলি সততে বাতৰিৰ শিৰোনামত থকা তেলাহী গাঁও পঞ্চায়তৰ বাট-পথৰ উন্নয়নৰ বাবে ৪০ কোটি টকা লখিমপুৰৰ বৰ্তমানৰ বিধায়কজনে আত্মসাত কৰিছে।

শৰ্মাই লগতে বৰ্তমানৰ বিজেপি চৰকাৰে ৰাজ্যখনত কৰা উন্নয়নৰ এটা খতিয়ান ডাঙি ধৰে আৰু আগন্তুক নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ বাবে অনুৰোধ কৰে।

মন্ত্ৰীগৰাকীয়ে আজি আজাদ-বাহপতিত  আয়োজন কৰা এখন ফুলবল প্ৰতিযোগিতাও উদ্বোধন কৰে আৰু সমৱেত এটা নিৰ্বাচনী সমদলক উদ্দেশ্যি ভাষণ দিয়ে।

Recent News

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd