DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

ভূগোলৰ প্ৰশ্নকাকত ফাদিল আৰু ছেবাৰ স্পষ্টীকৰণ সন্দৰ্ভত ড° হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

ড৹ হীৰেন গোহাঁই by ড৹ হীৰেন গোহাঁই
March 18, 2023 7:22 pm
SEBA
102
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতো কৈ আছে যে বিষয়াসকল এইবোৰ খেলিমেলিৰ বাবে সমূলি দায়ী নহয়। আৰু এটা বিষয়ৰ পৰীক্ষা বাতিল হব লগা অৱস্থাৰ পাছতো চৰকাৰৰ এই যুক্তি কোনোমতে সঠিক বুলিব নোৱাৰি।ওপৰৰ বিষয়াই এনে খেলিমেলিৰ বাবে দায়িত্ব তথা শাস্তি মূৰ পাতি ল’ব লাগিব।

আৰু কি বিপৰ্যয় ঘটে, ঠিকনা নাই।অধ্যক্ষ আৰু সচিবক বিদায় দিব লাগিব। উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত অবিহনে প্ৰকৃত সত্য ধৰা নপৰিব; চৰকাৰৰ অসম-বিৰোধী, অসমৰ শিক্ষাব্যৱস্থা-বিনাশী চক্ৰান্তৰো স্বৰূপ ওলাই নপৰিব।

ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ মিছা বুলি ঘোষণা কৰা হৈছে।কিন্তু এই কথা ঘোষণা কৰাত কিয় ইমান পলম হ’ল? উচ্চ পদাধিকাৰী সকলে কিয় চাৰি-পাঁচ বজাৰ ভিতৰতে খবৰটো মিছা বুলি নিৰ্ণয় কৰি পুৱাই পৰীক্ষাৰ্থীক আশ্বস্ত কৰিব নোৱাৰিলে?

দুৰ্নীতি নহলেও চূড়ান্ত অকৰ্মণ্যতা!সেয়ে আগৰ দাবীৰ যথাৰ্থতা আছে। কাৰণ SEBAৰ বৰ্তমান অৱস্থা,তথা দুটাকৈ বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে SEBAৰ বৰ্তমান পৰিচালকসকল জগৰীয়া। SEBAৰ খেলিমেলি আৰু দুৰ্নীতি দূৰ কৰাৰ জৰুৰী প্ৰয়োজন আছে।

অসমৰ সুলভ ৰাজহুৱা শিক্ষা আৰু দুখীয়া জনগণৰ শিক্ষাৰ সুবিধা ধ্বংস হবলৈ দিব নোৱাৰি। সেয়ে ওপৰোক্ত দাবীত ৰাইজ অটল থাকক। মদাহী সদায় মদ বেপাৰীৰ সাক্ষী হয়। সেয়ে SEBA ৰক্ষাৰ দাবী নেৰিব।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd