• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লেখক, নিবন্ধকাৰ ময়ূৰ বৰাক ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 22, 2018 11:24 pm
Sivasagar
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবৰ প্ৰেক্ষাগৃহত আজি আৰোণৰুদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিটিৰ যুগ্ম উদ্যোগত আৰু ৰংপুৰজ্যোতি ক্লাবৰ সহযোগত আয়োজন কৰা ড০ ময়িদুল ইছলাম বড়াৰ ১১৯তম জন্মদিৱস উপলক্ষে প্ৰদান কৰা ‘ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা, ২০১৮’ চিন্তাশীল লেখক, নিবন্ধকাৰ ময়ূৰ বৰাক প্ৰদান কৰা হয়।

ৰাজ্যৰ শক্তি মন্ত্ৰী তপন গগৈৰ পৰা বটাঁ গ্ৰহণ কৰি বৰাই কয় যে, নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পোৱা ড০ ময়িদুল ইছলাম বড়াৰ কৰ্মৰাজিৰ প্ৰকৃত মূল্যায়ন আজিও নোহোৱাটো দূৰ্ভাগ্যজনক। মহম্মদ আলি জিন্নাই যেতিয়া ড০ বড়াক মুছলিম লীগ ৰাজনীতিত সংযুক্ত হ’বলৈ প্ৰস্তাব দিছিল, অতি সাহসিকতাৰে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰি ময়িদুল ইছলাম বড়াই কৈছিল তেওঁৰ প্ৰাথমিক পৰিচয় ধৰ্ম নহয়, মুছলমান হলেও তেওঁৰ প্ৰথম পৰিচয় শিৱসাগৰীয়া অসমীয়। সেইবাবে সাম্প্ৰদায়িক ৰাজনীতিত তেওঁ কেতিয়াও যোগদান কৰা নাছিল।

Apply Now

অসম হিতৈষী ড০ ময়িদুল ইছলাম বড়াই মুললিম লীগৰ দৰে সাম্প্ৰদায়িক শক্তিৰ বিৰোধিতা কৰিছিল বুলি উল্লেখ কৰি, ‘মুছলিম লীগৰ পাকিস্থান গঠনৰ ব্লুপ্ৰিণ্ট ফাদিল কৰাৰ লগতে পাকিস্তান গঠনৰ তীব্ৰ বিৰোধিতা কৰাৰ বাবে লক্ষনৌৰ এখন সভাত মৃত্যুক সাৱতি লোৱা বুলি বৰাই উল্লেখ কৰে। তেওঁ আৰু কয় যে সুদুৰ বিদেশত থাকিও ড০ বড়াই চুফীবাদ আৰু মহাপুৰুষীয়া এক ঈশ্বৰবাদৰ দৰ্শনেৰে অসমীয়া সমাজত সমন্বয় আৰু সম্প্ৰিতীৰ বীজ অংকুৰিত কৰিবলৈ চেষ্টা কৰিছিল।

আনহাতে বঁটা প্ৰদান অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ শক্তি মন্ত্ৰী তপন গগৈয়ে কয় যে ড০ ময়িদুল ইছলাম বড়াক অসমীয়া জাতিৰ পথ প্ৰদৰ্শক বুলি উল্লেখ কৰে। অসম চৰকাৰে এই মহান অসমীয়াজনৰ আদৰ্শ, তেখেতৰ কৰ্মৰাজী জীয়াই ৰাখিবৰ বাবে কৰিব লগীয়া সকলো কাম কৰিব বুলি মন্ত্ৰীজনে আশ্বাস দিয়ে।

জেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই আঁত ধৰা বটাঁ প্ৰদান অনুষ্ঠানটো সঞ্চালন কৰে বিশিষ্ট কবি প্ৰেম গগৈয়ে, অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা সাহিত্যৰ সভাপতি দিলীপ বুঢ়াগোহাঁই, বিশিষ্ট শিক্ষাবিদ দিপালী চলিহা, জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল, বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক উপ সভাপতি সুৰভী ৰাজকুমাৰী, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা,  উপ পৌৰপতি আজাদ আলম, সমাজকৰ্মী মণিকা কাকতি, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰীকাকে ধৰি বহুটো ব্যক্তি।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd