• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইতিহাস হোৱাৰ দিশে ধাৰা ৪০! ৰাতিটোৰ ভিতৰতে ৱাকফৰ সম্পত্তিলৈ পৰিণত কৰিব নোৱাৰিব মাটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 4:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে লোকসভাত উত্থাপন কৰা ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ এক উল্লেখযোগ্য পৰিৱৰ্তন হ’ল ৪০ নং ধাৰা বাতিল কৰা। য’ত ৱাকফ ব’ৰ্ডে যিকোনো মাটি ৱাকফৰ সম্পত্তি হিচাপে ঘোষণা কৰিব পাৰে। এই প্ৰস্তাৱিত সংশোধনীক কেন্দ্ৰ কৰি ৰাজনৈতিক ক্ষেত্ৰখনত এক উত্তপ্ত বিতৰ্কৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বিধেয়কখন উত্থাপন কৰাৰ সময়ত কয় যে, “ৱাকফ আইনখনৰ আটাইতকৈ কঠোৰ ধাৰাটো আছিল ধাৰা ৪০, যাৰ জৰিয়তে ৱাকফ ব’ৰ্ডে নিজৰ বিবেচনা অনুসৰি যিকোনো মাটি ৱাকফৰ সম্পত্তি হিচাপে ঘোষণা কৰিব পাৰিছিল। আমি সেইটো বাতিল কৰিছো।”

Apply Now

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই বিধেয়কখন পুৰ্বদৃষ্টিসম্পন্ন নহয় আৰু ইয়াক মুছলমান সম্প্ৰদায়ৰ পৰা মাটি কাঢ়ি নিয়াৰ কোনো উদ্দেশ্যেৰে অনা হোৱা নাই, যিটো দাবী কৰিছে একাংশ বিৰোধী নেতাই। তেওঁ কয় যে নতুন বিধেয়কখনৰ নাম “ইউএমইডি” বিল (ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট, ইফিচিয়েন্সি এণ্ড ডেভেলপমেণ্ট বিল) ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব?  জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব? জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

November 16, 2026 8:29 am
শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

November 15, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd