• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Breaking News:১ জানুৱাৰী, ২০২২ক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 1, 2021 7:50 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ ১২১টা সমষ্টিৰ সংহত খচৰা ভোটাৰ তালিকা আজি অৰ্থাৎ ১ নৱেম্বৰত সমষ্টি কেইটাৰ জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰকাশ কৰিছে।
২৮-গোসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নি আৰু ১০৭-থাওৰা বিধানসভা সমষ্টিৰ ক্ষেত্ৰত সংহত খচৰা ভোটাৰ তালিকা অহা ০৮/১১/২০২১ তাৰিখে প্ৰকাশ কৰা হ’ব।

বিশেষ সংক্ষিপ্ত সংশোধনী, ২০২২-ৰ মূল তথ্যসমূহ এনেধৰণৰ—

Apply Now

১. প্ৰকাশিত খচৰা অনুসৰি মুঠ ভোটাৰ : ২,৩৪,০২,৮৩৩ (১/১১/২০২১ তাৰিখলৈকে)।

২. প্ৰকাশিত খচৰাত পুৰুষ ভোটাৰৰ সংখ্যা : ১,১৮,২৫,৩৮১

৩. প্ৰকাশিত খচৰাত মহিলা ভোটাৰৰ সংখ্যা : ১,১৫,৭৭,০৬৫

৪. প্ৰকাশিত খচৰাত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা: ৩৮৭

৫. বিগত বছৰত চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত ভোটাৰৰ বৃদ্ধিৰ হাৰ : ১.৭৮%

৬. প্ৰকাশিত খচৰা অনুযায়ী ভোটাৰৰ অনুপাত : ৬২৬

৭. প্ৰকাশিত খচৰা অনুযায়ী ভোটাৰৰ লিংগৰ অনুপাত : ৯৭৯

৮. ১৮-১৯ বছৰ বয়সীয়া ভোটাৰৰ সংখ্যা : ২,৬৮,২৭৭

৯. ৮০বছৰৰ ঊৰ্দ্ধৰ ভোটাৰৰ সংখ্যা : ৩,২০,০৫০

১০. মুঠ পি ডব্লিউ ডি (বিশেষভাৱে সক্ষম)ভোটাৰ : ১,৪৭,৪৮১

১১. ৰাজ্যখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা : ২,৮২০

১ জানুৱাৰী, ২০২২ক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰিবলৈ লোৱা বিশেষ সংক্ষিপ্ত ভোটাৰ তালিকাৰ সূচী–
১. সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ: ১ নৱেম্বৰ, ২০২১

২. দাবী আৰু আপত্তি দাখিল কৰাৰ তাৰিখ: ১ নৱেম্বৰ,২০২১ৰ পৰা ৩০,
নৱেম্বৰ,২০২১লৈ

৩. দাবী আৰু আপত্তিৰ নিষ্পত্তিৰ তাৰিখ: ২০ ডিচেম্বৰ, ২০২১ৰ ভিতৰত

৪. চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা তাৰিখ: ৫ জানুৱাৰী,২০২২ ভোটাৰ তালিকাত নাম পঞ্জীয়ন, কৰ্তন, সংশোধন আৰু স্থানান্তৰৰ বাবে কেনেদৰে় আবেদন কৰিব লাগে সেই বিষয়ে চমু টোকা: দাবী আৰু আপত্তি দাখিল কৰাৰ সময়ছোৱাত আৱেদনকাৰীসকলে প্ৰয়োজন অনুসৰি নিম্নলিখিত প্ৰ-পত্ৰসমূহ পূৰণ কৰি দাখিল কৰিব পাৰে।

নাম ভৰ্তি কৰিবলৈ প্ৰ-পত্ৰ ৬, প্ৰবাসী ভোটাৰসকলে নাম ভৰ্তি কৰিবলৈ প্ৰ-পত্ৰ ৬ (ক) নাম কৰ্তন কৰা বা আপত্তি উত্থাপন কৰিবলৈ প্ৰ-পত্ৰ ৭, যিকোনো বিৱৰণ সংশোধনৰ বাবে প্ৰ-পত্ৰ ৮ , একেটা সমষ্টিৰ এটা ভোটকেন্দ্ৰৰ পৰা আন এটালৈ নাম স্থানান্তৰৰ বাবে প্ৰ- পত্ৰ ৮-এ ,আৱেদনকাৰীসকলে তেওঁলোকৰ নিজ নিজ বুথ পৰ্যায়ৰ বিষয়াসকলৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰি পূৰণ কৰিব আৰু দাবী আৰু আপত্তি দাখিল কৰাৰ বাবে নিৰ্ধাৰিত কৰা সময়ৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত দাখিল কৰিব পাৰে।

ভোটাৰ হেল্পলাইন এপ (Voter Helpline App)ৰ জৰিয়তে প্ৰ-পত্ৰসমূহ অনলাইনযোগেও দাখিল কৰিব পাৰিব (গুগ’ল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব)।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd