• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও বিধানসভা সমষ্টিত ফটোযুক্ত খচৰা ভোটাৰ তালিকা আৰু সংশোধনী সূচী প্ৰকাশ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 1, 2021 8:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে অসমৰ আন আন নিৰ্বাচনী জিলাৰ লগতে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিতো প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ আৰু আন নিৰ্ধাৰিত স্থানত খচৰা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক সংবাদ মেলযোগে বঙাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই এই কথা সদৰী কৰিছে।

Apply Now

প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৭৬,৮২৩ গৰাকী। তাৰে ভিতৰত ৮৭,৫৭০ গৰাকী পুৰুষ আৰু ৮৯,২৫১ গৰাকী মহিলা ভোটাৰ ৷ আনহাতে ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ সমষ্টিিটোত চাৰ্ভিচ ভোটাৰ ১১২৫ গৰাকী আৰু তেওঁলোকৰ পৰিয়ালৰ গৃহিণী ৩৬ গৰাকী।

সমষ্টিটোত ডি ভোটাৰ আছে ২৫৮ গৰাকী। সমষ্টিটোত ১গৰাকী নিৰ্বাচক পঞ্জীয়ন বিষয়া আৰু ৩০ গৰাকী সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া আছে । বুথ পৰ্যায়ৰ চুপাৰভাইজাৰ আছে ২২ গৰাকী আৰু বুথ পৰ্যায়ৰ বিষয়াৰ সংখ্যা হ’ল ২৪২ গৰাকী ৷

উল্লেখ্য যে ১ জানুৱাৰী ২০২২ বৰ্ষক ভিত্তি তাৰিখ হিচাপে লৈ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সূচীও প্ৰকাশ কৰা হৈছে ।

সূচী অনুসৰি ১ নৱেম্বৰত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ দাবী আৰু আপত্তি দাখিল , অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জাননী অনুসৰি বিশেষ শিবিৰ, ২০ ডিচেম্বৰৰ আগতে দাবী আৰু আপত্তি নিস্পত্তি আৰু ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব ৷ উক্ত ফটোযুক্ত খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সূচী বিভিন্ন ধৰণে ৰাইজৰ মাজত প্ৰচাৰ কৰা হ’ব।

আজিৰ পৰা দুদিন মাইকযোগে প্ৰতিটো ভোটাগ্ৰহণ কেন্দ্ৰ এলেকাত সংশোধনী সূচী প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্ৰযোগেও প্ৰচাৰ কৰা হ’ব।গোহাৰি পত্ৰও বিতৰণ কৰা হ’ব। সংশোধনী সূচী ভাৰতৰ নিৰ্বাচন আয়োগৰ Systematic Voters Education and Electoral Participation কাৰ্যসূচীৰ অধীনত প্ৰচাৰ কৰা হ’ব।

ইতিমধ্যে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ফটোযুক্ত ভোটাৰ তালিকাৰ সংশোধনী সূচী ছপা কৰি ফ্লেক্স,বেনাৰ স্থাপন কৰা হৈছে।

বঙাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াই এইক্ষেত্ৰত সমূহ ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে যাতে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিব পৰা যায়। সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত(নিৰ্বাচন) শ্যামল ক্ষেত্ৰ গগৈ আৰু নিৰ্বাচনী বিষয়া মগেন নৰহ উপস্থিত থাকে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd