DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ পৰা ৰাজস্থানলৈ সৰবৰাহৰ বাবে অনা ৩৩কেজি সোণ জব্দ শিলিগুৰিত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 10:14 am
WhatsApp Image 2020-10-03 at 9.49.45 AM

প্ৰতিনিধিত্বমূলক ফটো

224
VIEWS
Share on FacebookShare on Twitter

ডাইৰেক্টৰ অফ ৰেভিনিউ ইন্টেলিজেন্স (ডি আৰ আই)ৰ জালত পৰিছে এক বৃহৎ সৰবৰাহকাৰী চক্ৰ।

ম্যানমাৰৰ পৰা অবৈধভাৱে ভাৰতলৈ সৰবৰাহ কৰা ৩৩কেজি সোণ ডিআৰআইৰ বিষয়াসকলে শিলিগুৰিত জব্দ কৰে।

জানিব পৰা মতে এই সোণখিনিৰ মূল্য বৰ্তমান বজাৰত ১৭কোটি টকা হ’ব।

এই অবৈধ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ডিআৰআইয়ে ৪জনক গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, শুকুৰবাৰে ডিআইআইৰ বিষয়াসকলে শিলিগুৰিত এখন ট্ৰাকত তালাচী চলায়। ট্ৰাকখনত আছিল ৰাজস্থানৰ চাৰিজন লোক।

জেৰাত তেওঁলোকে অপৰাধ স্বীকাৰ কৰি কয় যে যে বিদেশৰ পৰা সেই সোণখিনি তেওঁলোকৰ লাগেজত সৰবৰাহৰ বাবে অনা হৈছিল।

ট্ৰাকখনৰ লাগেজৰ বেগসমূহৰ পৰা মুঠ ২০টা সোণৰ বাৰ উদ্ধাৰ হয়। এই সোমখিনিৰ ওজন ৩৩কেজি ৫৩২গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য হৈছে ১৭কোটি ৫১লাখ টকা।

গ্ৰেপ্তাৰ হোৱা লোককেইজনে স্বীকাৰ কৰিছে যে এই সোণখিনি মণিপুৰৰ সীমান্তৰে ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছিল আৰু সেইবোৰ ৰাজস্থানৰ শ্ৰীগংগানগৰলৈ নিয়াৰ বাবে অনা হৈছিল।

Recent News

Shahi Idgah mosque

মছজিদ নে মন্দিৰ! এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰাবলৈ আবেদন

Darrang Police announce Rs 2 lakh reward

জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা দৰং আৰক্ষীৰ

Jasprit Bumrah

টি-২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰ: এই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd