DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

চুডানৰ মুকলি বজাৰত ড্ৰোন আক্ৰমণ; ৪০ জন লোকৰ মৃত্যু, কেইবাজনো আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 2:55 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে চুডানৰ ৰাজধানীৰ দক্ষিণে থকা এখন মুকলি বজাৰত ড্ৰ’ন আক্ৰমণত কমেও ৪০ জন লোক নিহত হয়।

 সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি ড্ৰ’ন আক্ৰমণ চুডানৰ সেনাই সংঘটিত কৰিছিল আৰু ভুক্তভোগী আটাইকেইজন সাধাৰণ নাগৰিক নে নহয় সেয়া স্পষ্ট নহয় যদিও আঘাতপ্ৰাপ্তসকলৰ বাবে চিকিৎসা সাহায্যৰ অতি প্ৰয়োজন।

আক্ৰমণত আহতসকলক সম্প্ৰতি বাছাইৰ বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে বহুতৰে অংগচ্ছেদ কৰিবলগীয়া হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

বাছাইৰ বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ প্ৰতিৰোধ সমিতি আৰু দুগৰাকী স্বাস্থ্যসেৱা কৰ্মীয়ে জনোৱা মতে, খাৰ্টুমৰ মায়ো চুবুৰীত কমেও ৭০ জন লোক আহত হৈছে।

লগতে চিকিৎসালয়খনৰ এখন মুকলি চোতালত বগা চাদৰেৰে মেৰিয়াই থোৱা বহুকেইটা মৃতদেহৰ ছবি ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

উল্লেখ্য যে সম্প্ৰতি চুডানৰ গৃহযুদ্ধত দুয়োটা ফৈদৰ নিৰ্বিচাৰ গোলাবৰ্ষণ আৰু ড্ৰোণ আক্ৰমণ সাধাৰণ হৈ পৰিছে, যিয়ে বৃহত্তৰ খাৰ্টুম অঞ্চলক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিছে। 

সংঘাতৰ পাঁচ মাহৰ পাছতো আৰ এছ এফ আৰু চুডানৰ সেনাৰ মাজত এতিয়াও কোনো আলোচনা হোৱা নাই৷

আল বুৰহানৰ নেতৃত্বত চুডানৰ সেনাবাহিনী আৰু জেনেৰেল মহম্মদ হামদান ডাগালোৰ নেতৃত্বত আৰ এছ এফৰ মাজত মুকলি যুদ্ধৰ সৃষ্টি হোৱাৰ লগে লগে এপ্ৰিল মাহৰ মাজভাগৰ পৰাই চুডানৰ জনগণ দৈনিক হিংসাত্মক আক্ৰমণৰ সাক্ষী হৈ আহিছে।

Recent News

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd