• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বেহা!, লক্ষাধিক পৰিমাণৰ ড্ৰাগচসহ কামৰূপত এজন ব্যৱসায়ীক আটক আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2021 10:46 am
Drugs
319
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ দিনৰ পৰাই যে সমগ্ৰ ৰাজ্যতে ড্ৰাগছসহ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছিল সেয়া আৰক্ষীয়ে কিছুদিনৰ পৰা দেখুওৱা তৎপৰতাৰ পৰাই প্ৰমাণ হৈছে।

ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বৃহৎ সাসলনিৰ পিছৰ পৰা জিলাসমূহৰ নৱনিযুক্ত আৰক্ষী অধীক্ষকসকলৰ নেতৃত্ব ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানসমূহে প্ৰমাণ কৰিছে যে অসমত আছে ড্ৰাগছৰ এখন বৃহৎ বজাৰ।

মধ্য অসমৰ বিশেষকৈ নগাঁও জিলাৰ আৰক্ষী আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলাৰ পিছতে ৰাজ্যৰ অন্য জিলাসমূহতো ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হৈছে।

এই অভিযানৰ ফলস্বৰূপে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ সকলোতে ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰক উৎখাত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ সমান্তৰালভাৱে কালি কামৰূপ জিলাতো আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে।

সোমবাৰে নিশা গোপন সূত্ৰৰ পম খেদি কামৰূপ জিলাৰ বকো আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰায়ৰ নেতৃত্ব যোৱা এটা অভিযানকাৰী দলে সোণতলী বজাৰৰ ৰেজাউল হক নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।

কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰি আৰক্ষীয়ে জেৰা চলাই মংগলবাৰে আবেলি সোণতলী বজাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সোনতলী বজাৰ পৰা লক্ষাধিক টকাৰ মূল্যৰ ১২১ টা ড্ৰাগছ কণ্টেইনাৰ, ৯ টা খালী কণ্টেইনাৰ আৰু ৭৩.৪৫০ গ্ৰাম নিষিদ্ধঘোষিত ড্ৰাগছ জব্দ কৰিছে।

বকো আৰক্ষীয়ে অভিযান চলাই সোণতলীৰ পৰা ৰেজাউল হকক আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিলেও অঞ্চলটোৰ বিভিন্ন ঠাইত এতিয়াও ড্ৰাগছৰ অবাধ বেহা চলি আছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলি সেইবোৰৰ বিৰুদ্ধেও আৰক্ষীক অভিযান চলাবলৈ দাবী জনাইছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd