• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংগৃহীত কৰ জমা নিদি নিলম্বিত হ’ল কামৰূপ(ম)ৰ ডিটিঅ’ অৰুণ বৰাসহ অন্য ৩ কৰ্মচাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2020 9:06 pm
index.jpgb
1.2k
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহন বিষয়া অৰুণ বৰাক নিলম্বন কৰা হৈছে।

পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে বিষয়াজনক নিলম্বন কৰা হৈছে।

যান বাহনৰ কৰ জমা কৰাৰ ক্ষেত্ৰত অনিয়মীয়াকৰণ কৰাৰ বাবে শাস্তিমূলকভাৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

তেওঁৰ লগতে অন্য তিনিগৰাকী বিষয়াকো নিলম্বন কৰা হৈছে।

জিলা পৰিবহন বিষয়া কাৰ্য্যালয়ৰ মুখ্য সহায়ক সীমান্ত নেওক, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বৰ্মণ আৰু কেচিয়াৰ সিদ্ধেশ্বৰ ৰংহাংকো নিলম্বন কৰা হৈছে।

উক্ত বিষয়াকেইগৰাকীয়ে কৰ জমা কৰাৰ ক্ষেত্ৰত কিছু অনিয়ম কৰাৰ ঘটনা পৰিবহন বিভাগৰ দৃষ্টিগোচৰ হৈছিল। এইক্ষেত্ৰত তাৎক্ষণিকভাৱে তদন্ত দিয়া হৈছিল বুলি জানিব পৰা গৈছে।

তদন্তৰ অন্তত এই কথা পোহৰলৈ আহিছিল যে কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহন বিষয়া অৰুণ বৰাৰ দ্বাৰা কৰ ফাঁকি দিয়াৰ বাবে অনুমতি দিয়া হৈছে। লগতে তেওঁ  চলিত বৰ্ষত বাহন গৰাকীৰ ৰৈ যোৱা বকেয়া কৰ বাহনৰ গৰাকীৰ পৰা সংগ্ৰহ কৰিবলৈ অনুমতি দিছিল; যিটো আইন বহিৰ্ভূত আছিল।

সেয়েহে তৎকালীনভাৱে পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চাৰিওজনকে নিলম্বনৰ নিৰ্দেশ দিয়ে।

ইয়াৰোপৰি পৰিবহন আয়ুক্তক বিস্তৃতৰূপত বিষয়টো তদন্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd