• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধাৰত চৰকাৰ : আৰ্থিক সংকটৰ বাবে সীমিত পৰিমাণৰ ধন অনুমোদন দিয়া হ’ব চৰকাৰী বিভাগসমূহলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 4:36 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অৰ্থনৈতিক বিকাশত চূড়ান্তভাবে ব্যৰ্থ হৈছে মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উৎপাদনহীনতাই গ্ৰাস কৰিছে ৰাজ্যৰ আৰ্থ–সামাজিক স্থিতি। ১ লাখ ৩০ হাজাৰ কোটি টকাৰ ধাৰত পোত গৈছে ৰাজ্য চৰকাৰ। চলিত মাহতে আকৌ ১,৬০০ কোটি টকা ধাৰ ল’বলৈ বাধ্য হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শাসনাধীন চৰকাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ পিছত ধাৰত ডুবাইছে ৰাজ্যৰ অৰ্থনীতিক। ধাৰ লৈ অভিলেখ গঢ়িছে হিমন্ত বিশ্ব শৰ্মাই। হেলিকপ্টাৰ, আধাৰ শিলা নিৰ্মাণ, বিভিন্ন উৎপাদনহীন আঁচনি আদিৰে ৰাইজৰ টকা খৰচ কৰি সাং কৰিছে ৰাজ ভঁৰাল। বিত্ত বিভাগৰ শেহতীয়া নিৰ্দেশনাই উদঙাইছে ৰাজ্যৰ অৰ্থনীতিৰ অৱস্থা।

Apply Now

সীমিত আৰ্থিক সম্পদৰ বাবে চৰকাৰী বিভাগৰ বাবে বিত্ত বিভাগৰ পৰা বন্ধ কৰা হৈছে অতিৰিক্ত পুঁজিৰ ব্যৱস্থা। সীমিত পুঁজিৰ কথা চিন্তা কৰি নতুন বৰ্ষৰ প্ৰস্তাৱিত বাজেট নিৰ্ধাৰণ কৰিবৰ বাবে চৰকাৰী বিভাগ সমূহক নিৰ্দেশ দিছে ৰাজ্যৰ বিত্ত বিভাগে।

উল্লেখ্য যে আমাৰ অসমৰ আৰু অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা ২১ জানুৱাৰী তাৰিখে ৰাজ্যৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই চৰকাৰৰ সকলো বিভাগক উৎপাদনহীন আঁচনি সমূহত ধন ব্যয় নকৰিবলৈ তথা উৎপাদনহীন আঁচনিৰ বাবে বাজেটৰ প্ৰস্তাৱ নিদিবৰ বাবে কঠোৰ সকীয়নি দি নিৰ্দেশনা জাৰি কৰিছিল।

এই নিৰ্দেশনাৰ পিছতেই আকৌ যোৱা ২৮ জানুৱাৰীৰ দিনা বিত্ত বিভাগৰ আয়ুক্ত–সচিব জয়ন্ত নাৰ্লিকাৰেও জাৰী কৰিছে আন এক নিৰ্দেশনা। EFC 22680/309 নম্বৰৰ এই নিৰ্দেশনাৰ দ্বাৰা চৰকাৰী বিভাগসমূহক ৰাজ্যৰ আৰ্থিক দিশলৈ লক্ষ্য কৰি সীমিত বাজেটৰ প্ৰস্তাৱ আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে বিত্ত বিভাগৰ আয়ুক্ত সচিব গৰাকীয়ে সকীয়াই দিছে যে বাজেটৰ প্ৰস্তাৱ এবাৰ অনুমোদন হোৱাৰ পিছত পৰৱৰ্তী সময়ত চৰকাৰী বিভাগসমূহক দিয়া নহব। গতিকে কেৱল উৎপাদনশীল আঁচনিৰ বাবেহে বাজেটৰ প্ৰস্তাৱ আগবঢ়াবলৈ নিৰ্দেশ দিছে বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাই। ইয়াৰ উপৰি নিৰ্দেশনা পত্ৰখনত বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে অনাগত বিত্তীয় বৰ্ষৰ বাবে চৰকাৰী বিভাগসমূহে প্ৰস্তাৱিত ৰাজ্যিক অগ্ৰাধিকাৰমূলক শিতানত মুঠ ৩০,৬০২ কোটি টকাৰ ভিতৰতহে উন্নয়নৰ আঁচনি প্ৰস্তত কৰিব পাৰিব। লগতে পুৰণি আঁচনি সমূহৰ অনুমোদনৰ ক্ষেত্ৰতো পুনৰ পৰ্যালোচনা কৰা হ’ব বুলি উল্লেখ কৰিছে পত্ৰখনত।

এতিয়া সচেতন নাগৰিকৰ মাজত সততে প্ৰশ্ন উত্থাপন হৈছে, চৰকাৰে হিতাধিকাৰীকে ধৰি চমক সৃষ্টিৰ বাবে হাতত লোৱা না না উৎপাদনবিহীন আঁচনি সমূহৰ ক্ষেত্ৰত কিয় ইমান দিনে সাৰ পানী যোগাই আহিছিল ৰাজ্যৰ বিত্ত বিভাগে? দক্ষতা বিকাশ আৰু উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বিগত দুটা কাৰ্যকালত চুড়ান্তভাবে বিফল হ’ল নেকি অসম চৰকাৰ? ৰাজ্য অৰ্থনৈতিক দিশটোক সংকটৰ মুখলৈ থেলি দি অন্ধকাৰ ভৱিষ্যতলৈ এৰি দিব খোজা হৈছে নেকি ৰাজ্যখনক? বিত্ত বিভাগৰ এই নিৰ্দেশনাৰ পিছতেই এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হোৱা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd