• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃন্ময় মূৰ্তি অবিহনে ৰজাদিনীয়া পৰম্পৰাৰে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত দুৰ্গা পূজা আৰম্ভ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 16, 2018 6:37 am
Screenshot_2018-10-16-00-00-16-732_com.mxtech.videoplayer.ad

ফটো : নৰ্থইষ্ট নাও

298
VIEWS
Share on FacebookShare on Twitter

এক ব্যতিক্ৰমী পৰম্পৰা। জাকজমকতাক পৰিহাৰ কৰি ৰজা দিনীয়া পৰম্পৰা তথা সম্পূৰ্ণ আধ্যাত্মিকভাবে পূজা অৰ্চনা হৈ আহিছে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৷

বান্দৰৰ ৰজা খ্যাত দেৱালয়ত খনত ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰি দেৱালয়ত পূজা অৰ্চনা চলি আহিছে। পৰম্পৰা অনুসৰি ষষ্ঠীৰ নিশা দেৱালয় খনৰ পৰা দুই  কিলোমিটাৰ আঁতৰৰ হাদী গাৱঁৰ নিদিৰ্ষ্ট বেল গছ এজোপাৰ পৰা আদৰি অনা হ’ল দুটা বেলৰ ফল ৷

মন্দিৰৰ পৰা দেবী মাৰ পূজা অৰ্চনা কৰি সদলবলে মন্দিৰৰ পূজাৰী উপস্থিত হয় কাষৰীয়া হাদী গাৱঁত আৰু তাৰ পৰা পূজা অৰ্চনা কৰি বেল লৈ আহে টুক্ৰেশ্বৰী দেৱালয়লৈ। তাৰ পিছতে মন্দিৰত অধিবাস অনুষ্ঠিত হয় ৷ এনে দৰে পৰম্পৰাৰ মাজৰে দেৱালয়ত আৰম্ভ কৰা হ’ল শাৰদীয় দুৰ্গা পূজাৰ ৷

এই পৰম্পৰা তাহানিৰ বিজনী ৰজাৰ দিনৰে পৰা চলি অহা ৷ দেৱালয়খনত শাৰদীয় দুৰ্গা পূজা বুলিলে ভক্তপ্ৰাণ ৰাইজৰ পাৰভঙা উছাহ দেখা যায়। অকল জিলাখনৰে নহয় পূজাৰ প্ৰতিটো দিনতে ৰাজ্য খনৰ বিভিন্ন অঞ্চলৰ পৰা আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী তথা ভক্ত ৷

বিশেষকৈ মহা নৱমীৰ দিনটোত ভক্তৰ সংখ্যা সাংঘটিকভাবে বৃদ্ধি পায়।মহা নৱমীৰ দিনা দেৱালয় খনত হাঁহ,পাৰ,কুঁহিয়াৰ,ম’হ আদিকে ধৰি লক্ষাধিক বলিদান হয়৷ উল্লেখযোগ্য যে মহা নৱমীৰ বলিৰ প্ৰসাদ গ্ৰহণ কৰিব দেৱালয়খনৰ কপি কুলে।

Recent News

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd