• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ-পূবৰ আঞ্চলিক সুৰক্ষা সন্দৰ্ভত সতৰ্কবাণী: ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন মুৰব্বী লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 4:09 pm
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উত্তৰ-পূবাঞ্চল আৰু চীন সীমান্তৰ কৌশলগত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অধিক সতৰ্কতা বজাই ৰাখিব লাগিব বুলি মন্তব্য কৰিছে ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন মুৰব্বী লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই। অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে বাংলাদেশত মৌলবাদী সংগঠনৰ বৰ্ধিত কাৰ্যকলাপৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি ভাৰতে আগতীয়াকৈ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ পোষকতা কৰিছে।

সংবাদ সংস্থা এএনআইৰ সৈতে এক বিশেষ সাক্ষাত্কাৰত লেফটেনেণ্ট জেনেৰেল কলিতাই কয় যে শেহতীয়াকৈ বাংলাদেশত মৌলবাদী উপাদানৰ প্ৰভাৱ বৃদ্ধি পাইছে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত মৌলবাদী গোটসমূহ পুনৰ সক্ৰিয় হৈ পৰিছে আৰু ইয়াৰ প্ৰভাৱ ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অনুভূত হোৱাৰ সম্ভাৱনা আছে।

Apply Now

তেওঁ সকীয়াই কয় যে, এই মৌলবাদী সংগঠনসমূহে ভাৰতৰ কৌশলগত স্বাৰ্থ আৰু বিশেষকৈ উত্তৰ-পূবৰ সীমান্তৰ স্থিতিশীলতাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। সেইবাবে ভাৰতক নিৰন্তৰ নিৰীক্ষণ আৰু সতৰ্কতা বজাই ৰাখিবলৈ তেওঁ আহ্বান জনাইছে।

চীন সীমান্তৰ প্ৰসংগত লেফটেনেণ্ট জেনেৰেল কলিতাই কয় যে, “ভাৰত আৰু চীন দুয়োখন দেশে সীমান্তত সামৰিক আৰু লজিষ্টিক আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত কৰি আহিছে।”

তেওঁ লগতে উল্লেখ কৰে, ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশ, ছিকিম আৰু উত্তৰাখণ্ডৰ সীমান্ত অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়ন, সংযোগ বৃদ্ধি, ডাটা আৰু মোবাইল নেটৱৰ্ক শক্তিশালীকৰণ আদি ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধন কৰিছে।

অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে দৃঢ়ভাৱে কয় যে, “ভাৰতৰ সীমান্ত সুৰক্ষাৰ প্ৰস্তুতি আগৰ তুলনাত বহুগুণে উন্নত হৈছে, তথাপিও উত্তৰ-পূবৰ শান্তি, স্থিতিশীলতা আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সদায় সতৰ্কতা আৰু নিৰন্তৰ প্ৰস্তুতি বজাই ৰাখাটো অত্যন্ত প্ৰয়োজনীয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd