DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 9:19 pm
336
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতেই আজি নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ খালী হৈ থকা ১৮ খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

নিৰ্বাচন আয়োগে জনোৱা অনুসৰি এই ১৮ খন আসনৰ বাবে অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতে অৰ্থাৎ সন্ধিয়া ৫ বজাৰ পৰা ভোট গণনা চলিব বুলিও জনায়।

উল্লেখ্য যে, যোৱা ২৬ মাৰ্চতে ৰাজ্যসভাৰ ৫৫ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰে ৩৭ গৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।

ইয়াৰ পিছতে বাকী ১৮ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাটো খাতাং হৈ পৰে। কিন্তু ক’ৰ’না ভাইৰাছৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে নিৰ্বাচন স্থগিত কৰি দিয়ে।

এতিয়া অহা ১৯ জুনত অন্ধ্ৰপ্ৰদেশ, মধ্য প্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান, গুজৰাট, মণিপুৰ আৰু মেঘালয়ৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

আজি এই সমগ্ৰ কথা মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই সংবাদমেলযোগে জনায়।

নিৰ্বাচন আয়োগে জানিব গদিয়া মতে অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটৰ চাৰিখন, ঝাৰখণ্ডৰ দুখন, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দুখন আৰু মণিপুৰ আৰু মেঘালয়ৰ এখন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Recent News

CM relief fund: মানৱতাৰ নিদৰ্শন! টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা

CM relief fund: মানৱতাৰ নিদৰ্শন! টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা

Assam Career

Assam Career : খাৰুপেটীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী , জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Assam Career

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd