• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ECINET’ এপ! এটা এপতে উপলব্ধ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা, অপৰাধৰ তথ্য, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2026 10:19 am
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আনৰ ওচৰলৈ যাব নালাগে। নিৰ্বাচন সম্পৰ্কীয় সকলো খবৰ এটা এপতে পাব। য’ত আপুনি এই এপটোত প্ৰাৰ্থী আৰু আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো তথ্য জানিব পাৰিব। এইবাৰ নিৰ্বাচন আয়োগে লৈ আহিছে এই ECINET App।

আয়োগে কিয় এই এপটো আনিলে

Apply Now

বৰ্তমান যুগত দেশবাসীয়ে ডিজিটেল সেৱা বিচাৰে। তেওঁলোকে নিজৰ স্মাৰ্টফোনত সকলো জানিব বিচাৰে। সেইবাবেই নিৰ্বাচন আয়োগে চৰকাৰী সেৱাসমূহ সাধাৰণ মানুহৰ হাতৰ মুঠিত অনাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

ভোটাৰৰ সুবিধাৰ্থে আৰু নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ কৰি তুলিবলৈ আয়োগে তেওঁলোকৰ বিশেষ মোবাইল এপ ‘ECINET’ মুকলি কৰিছে। আগতে ভোটাৰ তালিকাৰ পৰা আৰম্ভ কৰি ভোটকেন্দ্ৰৰ অৱস্থান জানিবলৈ বিভিন্ন ৱেবছাইটলৈ যাবলগীয়া হৈছিল, এতিয়া এটা এপত ৪০টাতকৈও অধিক সেৱা পোৱা যাব।

ECINET এপটো দৰাচলতে কি?

২০২৬ চনৰ জানুৱাৰী মাহত দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত হোৱা গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। এই এপটো ৱান ষ্টপ ডিজিটেল প্লেটফৰ্ম, যিয়ে সাধাৰণ ভোটাৰ, প্ৰাৰ্থী আৰু নিৰ্বাচনী বিষয়াৰ মাজত সেতু হিচাপে কাম কৰিব। এই এপটো ভাৰতৰ সকলো (২২) চৰকাৰী ভাষাতে ব্যৱহাৰ কৰিব পাৰিব।

এই এপটোৰ বিশেষ বৈশিষ্ট্যসমূহ কি কি?

ভোটাৰ কাৰ্ডৰ তথ্য ইয়াত পোৱা যাব: ভোটাৰসকলে সহজেই নিজৰ ডিজিটেল ভোটাৰ আইডি বা e-EPIC ডাউনলোড কৰিব পাৰে।

১) ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক: আপুনি এটা ক্লিকতে আপোনাৰ নাম চূড়ান্ত ভোটাৰ তালিকাত আছে নে নাই পৰীক্ষা কৰিব পাৰে।

২) আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ ক’ত আছে জানি লওক: আপুনি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ স্থান আৰু বুথ স্তৰৰ বিষয়া (বিএলঅ’)ৰ নাম আৰু নম্বৰ জানিব পাৰে।

৩) প্ৰাৰ্থীৰ সকলো তথ্য পাব: নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ শৈক্ষিক অৰ্হতা, সম্পত্তি আৰু অপৰাধজনিত তথ্য (KYC) পৰীক্ষা কৰাৰ সুযোগ পাব।

৪) এপটোত ৰিয়েল টাইম আপডেট পাব: নিৰ্বাচনৰ তাৰিখ, ভোটাৰৰ ভোটদানৰ ধাৰা বা ভোটৰ হাৰ আৰু গুৰুত্বপূৰ্ণ ঘোষণাসমূহ এই এপটোৰ জাননীৰ জৰিয়তে পোনপটীয়াকৈ স্মাৰ্টফোনত লাভ কৰিব পাৰিব।

৫) অভিযোগ দাখিলৰ সুবিধাঃ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে যদি আপোনাৰ কোনো অভিযোগ আছে তেন্তে এপটোৰ জৰিয়তে নিজেই আয়োগক জনাব পাৰিব।

কেনেকৈ ডাউনলোড কৰিব?

ECINET এপটো ডাউনলোড আৰু ব্যৱহাৰ কৰাটো অতি সহজ। তলত তাৰ পদ্ধতি দিয়া হ’ল:

১) আপোনাৰ স্মাৰ্টফোনৰ গুগল প্লে ষ্ট’ৰ (এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে) বা এপল এপ ষ্ট’ৰ (আইফোন ব্যৱহাৰকাৰীৰ বাবে)লৈ গৈ চাৰ্চ বাৰত ‘ECINET’ লিখক।

২) নিৰ্বাচন আয়োগৰ ল’গ’ চাই সঠিক এপটো ডাউনলোড কৰি ইনষ্টল কৰক।

৩) ইনষ্টল হোৱাৰ পিছত এপটো খুলি মোবাইল নম্বৰেৰে ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ কৰক।

৪) প্ৰফাইল চেট কৰাৰ পিছত আপোনাৰ ভোটাৰ আইডি আৰু সমষ্টিৰ সকলো তথ্য চাব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd