• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ হাতত অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিৰ প্ৰথমখন প্ৰতিবেদন দাখিল

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 1, 2020 4:21 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিয়ে প্ৰতিবেদন দাখিল কৰে।

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ নেতৃত্বত মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ৰাজ্যৰ অৰ্থনৈতিক পুনৰুত্থানৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছিল অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিক।

Apply Now

এপ্ৰিল মাহত গঠন কৰি দিয়া আঠজনীয়া কমিটিয়ে ব্ৰক্ষ্মপুত্ৰ অতিথিশালাত অনুষ্ঠিত হোৱা এখন বৈঠকত প্ৰথমখন প্ৰতিবেদন দাখিল কৰে।

বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।

বৈঠকৰ শেষত মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হ’ব বুলি মন্তব্য কৰে ৷

‘‘আমি এখন কমিটি গঠন কৰিছো যাতে এই প্ৰতিবেদনৰ মতে কাম বোৰ কৰিব পৰা যায়। এই কমিটিখনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক। নতুন কমিটিখনত সদস্য ৰূপে আছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰা,’’ মুখ্য মন্ত্ৰী সোণোৱালে কয়।

আনহাতে, অনাগত দিনত দক্ষতা বিকাশ, কৃষি, উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি লগতে মত প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

October 29, 2026 2:16 pm
বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm
RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

October 29, 2026 2:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd