• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫৩৮ কোটি টকাৰ বিত্তীয় জালিয়াতিৰ গোচৰত জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপকক গ্ৰেপ্তাৰ ইডিৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 2, 2023 9:45 am
জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোৱেল। ফটো: সংগ্ৰহীত।

জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোৱেল। ফটো: সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্তীয় জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক ৭৪ বছৰীয়া নৰেশ গোৱেলক। শুকুৰবাৰে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেট (ইডি)-য়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ৫৩৮ কোটি টকাৰ বিত্তীয় জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। সূত্ৰ অনুসৰি এই বিত্তীয় কেলেংকাৰী কানাড়া বেংকৰ সৈতে সংঘটিত হৈছে।

ইডিৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে নিশা মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নৰেশ গোৱেলক। দীৰ্ঘদিনীয়া জেৰাৰ অন্তত তেওঁক বিত্তীয় জালিয়াতি প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

আজি তেওঁক পিএমএলএৰ বিশেষ আদালতত হাজিৰ কৰা হ’ব। ইডিয়ে জিম্মাত লোৱাৰ বাবে আবেদন কৰিব বুলি জানিব পৰা গৈছে।

Apply Now

লগতে পঢ়ক: শিলসাঁকোৰ নগ্ন প্ৰতিবাদক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ

বাতৰি মতে, জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেল, তেওঁৰ পত্নী অনিতা গোৱেল আৰু কোম্পানীটোৰ কেইবাগৰাকীও প্ৰাক্তন কাৰ্যবাহীৰ বিৰুদ্ধে বিত্তীয় জালিয়াতিৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে কানাড়া বেংকক ৫৩৮ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ অনা হয়।

এফআইআৰ অনুসৰি কানাড়া বেংকে জেট এয়াৰৱেজক ৮৪৮.৮৬ কোটি টকাৰ ঋণ আৰু ক্ৰেডিট লিমিট প্ৰদান কৰে। ইয়াৰে ৫৩৮.৬২ কোটি টকাই পৰিশোধ কৰিবলৈ বাকী আছে।

লগতে পঢ়ক: হিংসা শাম কটা নাই মণিপুৰত! ২৯ আগষ্টৰ পৰা তিনি দিনত নিহত ৮ জন, আহত ২৯জন

২০২১ চনৰ জুলাই মাহত চিবিআইয়ে এই বিত্তীয় প্ৰতাৰণাক জালিয়াতি বুলি ঘোষণা কৰিছিল। ইয়াৰ উপৰিও কানাড়া বেংকে অভিযোগ উত্থাপন কৰে যে জেট এয়াৰৱেজ কোম্পানীয়ে ধনৰ অপব্যৱহাৰ কৰি বিভিন্ন শাখা প্ৰতিষ্ঠানক ১৪১০ কোটি টকা দিয়া হৈছিল। সংস্থাটোৰ কৰ্মচাৰীসকলৰ দৰমহা, ফোন বিল পৰিশোধ, গাড়ীৰ খৰচো জেট এয়াৰৱেজৰ ধনেৰে আদায় দিয়া হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd