• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ সহযোগীৰ ঘৰত ইডিৰ তলাচী, ১৩ মহলাৰ পৰা দলিয়াই দিলে মোবাইল ফোন

প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে শেহতীয়াকৈ কালানী ইম্পেক্স লিমিটেড আৰু ইয়াৰ সঞ্চালক ধৰ্মেশ সাঙানী, তেওঁৰ পত্নী ৰঞ্জীতা সাঙানী আৰু নৰেন্দ্ৰ সাঙানীৰ বিভিন্ন ঠিকনাত এক তালাচী অভিযান চলায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 4:57 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে শেহতীয়াকৈ কালানী ইম্পেক্স লিমিটেড আৰু ইয়াৰ সঞ্চালক ধৰ্মেশ সাঙানী, তেওঁৰ পত্নী ৰঞ্জীতা সাঙানী আৰু নৰেন্দ্ৰ সাঙানীৰ বিভিন্ন ঠিকনাত এক তালাচী অভিযান চলায়। এই অভিযান বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন অৰ্থাৎ ফেমা উলংঘাৰ এটা গোচৰৰ সৈতে জড়িত আছিল। অভিযানৰ সময়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়, য’ত ধৰ্মেশ সাঙানীয়ে নিজৰ মোবাইল ফোনটো এটা অট্টালিকাৰ ১৩ মহলাৰ পৰা তললৈ দলিয়াই দিয়ে বুলি গুৰুতৰ অভিযোগ উঠিছে। ইডিয়ে দাবী কৰিছে যে নিজৰ বিৰুদ্ধে থকা তথ্য-প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যৰেই সাঙানীয়ে এই কাম কৰিছিল। অৱশ্যে পিছত সেই ফোনটো উদ্ধাৰ কৰা হয় আৰু ইডিয়ে এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰ ওচৰত এটা গোচৰো ৰুজু কৰিছে।

উল্লেখ্য যে ধৰ্মেশ সাঙানী হৈছে এজন চলচ্চিত্ৰ প্ৰযোজক আৰু তেওঁ জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ ফিল্ম একাডেমীৰ সহ-প্ৰতিষ্ঠাপক। শেহতীয়াকৈ শেখৰ সুমনে তেওঁৰ এটা ইউটিউব অনুষ্ঠানত চৰকাৰ আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে ব্যংগাত্মক মন্তব্য কৰাৰ সময়তে এই অভিযান হোৱা বাবে বিষয়টোৱে চৰ্চা লাভ কৰিছে। অৱশ্যে বিভিন্ন সংবাদ প্ৰতিবেদনত প্ৰকাশ পাইছে যে বৰ্তমানৰ এই তদন্ত কেৱল সাঙানী পৰিয়াল আৰু তেওঁলোকৰ কোম্পানীটোৰ মাজতে সীমাবদ্ধ আছে। ইয়াৰ সৈতে অভিনেতা শেখৰ সুমনৰ কোনো সম্পৰ্ক নাই আৰু তেওঁ এই তদন্তৰ আওতাত পৰা নাই।

Apply Now

ইডিয়ে জনোৱা অনুসায়ী কালানী ইম্পেক্স লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে বিদেশৰ পৰা আহিবলগীয়া ধন সঠিক সময়ত ভাৰতলৈ আনি নোপোৱোৱাৰ অভিযোগ আছিল। নিয়ম অনুসায়ী বিদেশৰ ক্ৰেতালৈ সামগ্ৰী ৰপ্তানি কৰাৰ পিছত সেই ধন নিৰ্দিষ্ট সময়ৰ ভিতৰত ভাৰতীয় বেংকত জমা হ‘ব লাগে, কিন্তু এই কোম্পানীটোৱে তাৰ কোনো ব্যৱস্থা কৰা নাছিল। তদন্তত আৰু দেখা গৈছে যে ৰপ্তানিৰ কাগজত নাম থকা ক্ৰেতাৰ পৰিৱৰ্তে অন্য কোনো তৃতীয় পক্ষৰ পৰাহে ধন লেনদেন কৰা হৈছিল। ইয়াৰ উপৰিও অভিযানৰ সময়ত তেওঁলোকৰ বহুতো অঘোষিত বিদেশী সম্পত্তি আৰু বিদেশী বেংক একাউণ্টৰো সন্ধান লাভ কৰা হৈছে বুলি ইডিয়ে প্ৰকাশ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd