DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 12:00 pm
digital-media-ethics-1024x512

প্ৰতিনিধিত্বমূলক ফটো।

266
VIEWS
Share on FacebookShare on Twitter

তথ্য প্ৰযুক্তি (ইন্টাৰমিডিয়াৰি গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিকছ কোড) নিয়মাৱলী ২০২১ সম্পৰ্কত কেন্দ্ৰই জাৰি কৰা জাননীক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াই।

‘’তথ্য প্ৰযুক্তি আইন ২০০০’ৰ অধীনত জাৰি কৰা নিয়মাৱলীসমূহে ইন্টাৰনেটত নিউজসমূহ প্ৰকাশ কৰা প্ৰকাশকৰ মৌলিকতা সলনি কৰাৰ লগতে ভাৰতত মিডিয়াৰ স্বাধীনতাক গুৰুতৰভাৱে নস্যাৎ কৰাৰ সম্ভাৱনা আছে,’’-এক বিবৃতিত এডিটৰ্ছ গীল্ডে এইদৰে কয়।

এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ সভাপতি সীমা মুস্তাফা, সাধাৰণ সম্পাদক সঞ্জয় কাপুৰ আৰু কোষাধ্যক্ষ অনন্ত নাথে স্বাক্ষৰ কৰা বিবৃতিটোত কোৱা হৈছে যে নিয়মাৱলীসমূহে দেশৰ যিকোনো প্ৰান্ততে প্ৰকাশিত বাতৰিসমূহ কোনো ন্যায়িক বিবেচনা অবিহনে ব্লক কৰা, ডিলিট কৰা বা সালসলনি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ক্ষমতা দিব আৰু সকলো প্ৰকশককে এটা অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থা গঢ়ি তুলিবলৈ বাধ্য কৰাব।

এই নিয়মাৱলীসমূহৰ বিভিন্ন ব্যৱস্থাই ডিজিটেল নিউজ মিডিয়াৰ তথা সেইদৰে সামগ্ৰিকভাৱে সংবাদমাধ্যমৰ ওপৰত যুক্তিহীন নিষেধাজ্ঞা আনিব বুলিও বিবৃতিটোত কোৱা হয়।

গীল্ডে উদ্বেগ ব্যক্ত কৰি কয় যে চৰকাৰে এই ক্ষতিকাৰক নিয়মাৱলীসমূহ জাৰি কৰাৰ পূৰ্বে সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা নকৰিলে।

কেন্দ্ৰীয় চৰকাৰে নিয়মাৱলীসমূহ স্থগিত ৰাখি সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সদৰ্থক আলোচনা চলোৱাৰ ওপৰত গীল্ডে গুৰুত্ব আৰোপ কৰে।

‘’চৰকাৰে এই কথাটো মন কৰা উচিত যে লেকামহীন ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ নামত ই আমাৰ গণতন্ত্ৰৰ আধাৰস্বৰূপ স্বাধীন সংবাদমাধ্যমৰ বাবে থকা ভাৰতৰ সাংবিধানিক সুৰক্ষা নস্যাৎ কৰিব নোৱাৰে,’’- এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াই লগতে কয়।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd