• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ উদ্যোগত শৈক্ষিক কৰ্মশালাৰ আয়োজন

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
April 11, 2021 2:50 pm
a myanmar
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ উদ্যোগত তথা কলিয়াবৰৰ ৰহধলা – মিছামুখ আঞ্চলিক সমিতিৰ সহযোগত কলিয়াবৰৰ ৰহঢলাস্থিত নেহেৰু এম. ই স্কুলত এখন ” শৈক্ষিক কৰ্মশালাৰ আয়োজন” কৰে।

সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগীয়া ছাত্ৰ- ছাত্ৰী সকলক একগোট কৰি এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰে।

Apply Now

এই কৰ্মশালাৰ মুখ্য উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰী সকলৰ মনৰ পৰা পৰীক্ষাৰ প্ৰতি থকা ভয় ভাব আঁতৰোৱাৰ লগত তেওঁলোকক আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

এই শৈক্ষিক কৰ্মশালাত মুখ্য অনুপ্রেৰক বক্তা হিচাপে  কলিয়াবৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পৰাগ দাহাল , সদৌ অসম গোর্খা ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ শিক্ষা সম্পাদক গোপাল ভট্টৰাই , সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ শিক্ষা বিভাগৰ সদস্য লেখনাথ শৰ্মা , কলিয়াবৰ ভানু সমিতিৰ সভাপতি দিগবিৰ কাকী , উপদেষ্টা খড়ানন্দ পোখৰেল , বিশিষ্ট সমাজকৰ্মী তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সভাপতি মদন উপাধ্যায়কে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

আনহাতে এই শৈক্ষিক কৰ্মশালাত প্ৰায় ৯০ গৰাকী প্ৰশিক্ষাথীয়ে অংশগ্ৰহণ কৰি যথেষ্ট অনুপ্ৰাণিত হৈছে বুলি জানিবলৈ দিয়ে।

প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাথী সকলক একোখনকৈ হাৰ্ডবৰ্ড আৰু কলম উপহাৰৰে আগন্তুক শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰে বিষয়ববীয়া সকলে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd