DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Eid-ul-Adha celebrated: আজি পবিত্ৰ ঈদ ঊল আজহা: সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উলহ-মালহেৰে পালন কৰা হৈছে ঈদ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
July 10, 2022 12:12 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

110
VIEWS
Share on FacebookShare on Twitter

Eid-ul-Adha has been celebrated পবিত্ৰ ঈদ ঊল আজহা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতে পালন কৰা হয়। ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া নামাজত অংশলৈ শান্তি সম্প্ৰীতি কামনা কৰে।

শিৱসাগৰৰ দৰ্বাৰ ঈদগাহ ময়দান, জেঙুনীকটীয়া চাৰি আলি, ষ্টেচন চাৰি আলিকে ধৰি বিভিন্ন প্ৰান্তত সমূহীয়া নামাজ পঢ়া পৰিলক্ষিত হয়।

ফটো: নৰ্থইষ্ট নাও।

গোধন কুৰ্বানীকলৈ বিগত কেইবাদিন ধৰি হৈ থকা বিতৰ্কৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে  শণিবাৰে কুৰ্বানী ঈদ সন্দৰ্ভত দিয়া ৰায়দানকলৈয়ো সন্তোষ প্ৰকাশ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোক সকলে।

ফটো: নৰ্থইষ্ট নাও।

এচামে বিতৰ্কিত মন্তব্যৰে বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছিল যদিও ন্যায়ালয়ে দিয়া ৰায়দানে তেনে পৰিৱেশ দূৰ কৰাত শান্তিপূৰ্ণভাৱেই উদযাপন কৰা হৈছে ঈদ।

ফটো: নৰ্থইষ্ট নাও।

সমূহীয়া নামাজত অংশলৈ অসমত সকলো ধৰ্মাৱলম্বী তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ বদ্ধ পৰিকৰ বুলিও মন্তব্য কৰে বিভিন্নজনে। 

Recent News

Kim Jong Un

হৃদয় গলিল কিম জং উনৰ! অনুষ্ঠানৰ মাজতে চকুলো মচিলে ‘শক্তিশালী’ উনে

IPS officer surrenders

আজৱ কাণ্ড! প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নামত ভুৱা ৱাটছ্এপ একাউণ্ট খুলিলে আই পি এছ বিষয়াই: কৰিলে আত্মসমৰ্পণ

Udhampur attack Hanzla Adnan killed

উধমপুৰত বি এছ এফৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাঞ্জলা আদনান পাকিস্তানত নিহত

ULFA (Independent)

আলফা (স্বাধীন)ত যোগদান ডিব্ৰুগড়ৰ সাংবাদিকৰ: ফেচবুক যোগে কৰিলে ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd