DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত ইছলামধর্মী লোকসকলে উলহ মালহৰে উদযাপন কৰিছে ঈদ, কাকজানতো সমূহীয়া নামাজ

এন ই নাও নিউজ, যোৰহাট/টীয়ক by এন ই নাও নিউজ, যোৰহাট/টীয়ক
May 3, 2022 11:56 am
যোৰহাটত ইছলামধর্মী লোকসকলে উলহ মালহৰে উদযাপন কৰিছে ঈদ, কাকজানতো সমূহীয়া নামাজ

ফটো: নৰ্থইষ্ট নাও।

108
VIEWS
Share on FacebookShare on Twitter

মাহ জোৰা পবিত্ৰ ৰমজানৰ ৰোজাৰ অন্তত আজি সমগ্ৰ দেশৰ লগতে যোৰহাটতো ইছলামধৰ্মী লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে পবিত্ৰ ইদুল ফিটৰ। ঈদ উপলক্ষে যোৰহাট নগৰৰ বিভিন্ন মছজিদসমূহ সজাই পৰাই তোলা দেখা গৈছে।

যোৰহাটৰ ঈদগাহ ময়দানত প্ৰতিকূল বতৰকো নেওচি লোকসকলে ঈদৰ নামাজৰ বাবে ঈদগাহলৈ অহা দেখা যায়।

উল্লেখ্য যে ক’ভিডৰ বাবে বিগত দুটা বছৰে এই ঈদগাহত ঈদৰ নামাজ হোৱা নাছিল। এইবাৰ ক’ভিডৰ কোনো নীতি-নিয়ম প্ৰযোজ্য নথকাৰ বাবে নামাজৰ বাবে  উৎসাহেৰে ওলাই আহে ইছলামধৰ্মী লোকসকল।  ঈদৰ নামাজত আজি অসমৰ শান্তি সম্প্ৰীতিৰ লগতে বিশ্ব শান্তিৰ বাবেও দোৱা-প্ৰাৰ্থনা কৰে ।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, অন্যান্য স্থানৰ লগতে যোৰহাট জিলাৰ টীয়কৰ কাকজানতো কাকজান ৰাজহুৱা ঈদগাহ প্ৰাংগণত ঈদৰ নমাজ সমূহীয়াকৈ অনুষ্ঠিত হয়।

উক্ত ৰাজহুৱা নামজৰ ইমামতি কৰে বনগাঁৱৰ জামাতৰ ইমাম মৌলানা হাফিজ নৰুল হকে।

উল্লেখ্য যে শতবৰ্ষ গৰকা এই ঈদগাহত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজে অংশগ্ৰহণ কৰি ঈদৰ এই পবিত্ৰ ক্ষণত বিশ্ব শান্তিৰ বাবে নেদেখাজনৰ চৰণত সেৱা জনাইছে। 

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd