• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত পুনৰ নতুনকৈ আঠ গৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত; ১৯৯জনলৈ বৃদ্ধি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 21, 2020 7:58 pm
COVID19-negative-1140x570

প্রতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পুনৰ নতুনকৈ আঠ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আজি ক’ৰ’না আক্ৰান্ত লোক আঠ কেইগৰাকীৰ ভিতৰত ৩ গৰাকী কোকৰাঝাৰৰ, ২ গৰাকী শিৱসাগৰৰ আৰু ধুবুৰীৰ আৰু এগৰাকী ডিব্ৰুগড়ৰ।

Apply Now

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে, তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত ৮ গৰাকী ব্যক্তিকে ধৰি অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৯৯ গৰাকীলৈ বৃদ্ধি পালে।

আজিৰ দিনটোত বৰ্তমানলৈ ৰাজ্যত ১১ গৰাকী লোক কোভিড-১৯-ত আক্ৰান্ত হৈছে।

আজি কোকৰাঝাৰৰ ক’ৰ’না আক্ৰান্ত লোক দুগৰাকীৰ ভিতৰত এগৰাকী কোকৰাঝাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল।

উল্লেখযোগ্য যে, ২০ মে’ত ৰাজ্যত মুঠ ৩১ গৰাকী লোক কোভিড-১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

বৰ্তমান ৰাজ্যত ১৩৮ গৰাকী এক্টিভ ক’ৰ’না আক্ৰান্ত থকাৰ বিপৰীতে ৫৪ গৰাকী লোকক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

📌Alert ~ Eight persons found #COVID19 positive – 3 from Kokrajhar; 2 from Sivasagar; 2 from Dhubri; 1 from Dibrugarh.

↗️Total cases 199
↗️Recovered 54
↗️Active cases 138
↗️Deaths 04
↗️Migrated 03

Update 6.30 pm / May 21#AssamCovidCount pic.twitter.com/GL14KKIF7J

— Himanta Biswa Sarma (@himantabiswa) May 21, 2020

আনহাতে, বৰ্তমানলৈ অসমত চাৰিগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

১৯ মে’ক ৰাজ্যত এতিয়ালৈ সৰ্বাধিক ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

কোকৰাঝাৰৰ আজিৰ দিনটোৰ পজিটিভ ৰোগীকেইগৰাকী ক্ৰমে চাদ্দাম হুছেইন,তিলক লামা, নজৰুল ইছলাম আৰু চাইদুল আলি। জিলা প্ৰশাসনে অৱশ্যে আন দুগৰাকী পজিটিভ ৰোগীৰ তথ্য বৰ্তমানলৈকে সদৰি কৰা নাই ।

উল্লেখ্য যে বহি:ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা লোকসকলক প্ৰথমে শ্ৰীৰামপুৰত স্বাস্থ্য পৰীক্ষাৰ অন্তত ইয়াৰে একাংশক কোকৰাঝাৰৰ বিভিন্ন ঠাইত থকা কোৱাৰেণ্টাইন কেন্দ্ৰসমুহলৈ প্ৰেৰণ কৰা হয়।

এতিয়া আক্ৰান্ত চিনাক্ত হোৱাৰ পাছত তেওঁলোকক বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd