• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোৰ কথা নুশুনিলে মোক সন্মানো দিব নালাগে; নৰেন্দ্ৰ মোদীক ক’লে মণিপুৰী কিশোৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2020 5:04 pm
Licypriya-Kangujam-2

লিছপ্ৰিয়া কাংজুম আৰু নৰেন্দ্ৰ মোদী। ফটো সৌজন্য: টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ “গ্ৰেটা থুনবাৰ্গ’ মণিপুৰৰ লিছিপ্ৰিয়া কাংজুমে উভতি ধৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

পৰিবেশ ৰক্ষাৰ আন্দোলন চলাই আছে এইগৰাকী কিশোৰীয়ে। তেওঁৰ এই অৱদানৰ স্বীকৃতি স্বৰূপে লিছিপ্ৰিয়াক এ পি জে আব্দুল কালাম শিশু পুৰষ্কাৰেৰে পুৰষ্কৃত কৰা হৈছে।

Apply Now

এইবাৰ, আন্তৰ্জাতিক নাৰী দিৱসৰ চৰকাৰী প্ৰচাৰ কাৰ্যসূচীত ‘She Inspires Us’ তো লিছিপ্ৰিয়া কাংজুমক অন্তৰ্ভুক্ত কৰা হৈছিল।

কিন্তু এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে ভাৰতৰ “গ্ৰেটা থুনবাৰ্গ’ লিছিপ্ৰিয়া কাংজুমে।

প্ৰধান মন্ত্ৰী মোদীক উদ্দেশ্যি লিছিপ্ৰিয়াই দিয়া বাৰ্তাত কয়, “পৰিৱেশক লৈ মোৰ কথা নুশুনিলে মোক এই সন্মান দিয়াৰ কোনো অৰ্থ নাই।‘

লিছিপ্ৰিয়াই “জলবায়ু পৰিৱৰ্তন’ আইন পাছ কৰাৰ দাবীত সৰৱ হৈ আহিছে। তেওঁৰ এই দাবী পূৰণ নোহোৱাৰ বাবে চৰকাৰী কাৰ্যসূচীত অংশ ল’বলৈ অস্বীকাৰ কৰে আঠ বছৰীয়া কিশোৰীগৰাকীয়ে।

যোৱা কেইবছৰ ধৰি পৰিৱেশ ৰক্ষাৰ হকে যুঁজ দি আহিছে মণিপুৰৰ এই কিশোৰী লিছিপ্ৰিয়া কাংজুমে।

Dear @narendramodi Ji,
Please don’t celebrate me if you are not going to listen my voice.

Thank you for selecting me amongst the inspiring women of the country under your initiative #SheInspiresUs. After thinking many times, I decided to turns down this honour. ??

Jai Hind! pic.twitter.com/pjgi0TUdWa

— Licypriya Kangujam (@LicypriyaK) March 6, 2020

তেওঁৰ কামৰ স্বীকৃতি হিচাপে ২০১৯বৰ্ষত এ পি জে আব্দুল কালাম শিশু পুৰষ্কাৰেৰে সন্মানিত কৰা হয়।

তদুপৰি, য়ুনাইটেড নেশ্যনছ ডেভেলপমেন্ট প্ৰগ্ৰেম,২০১৯’ৰ বিশেষ মুখ আছিল এই কিশোৰী। গ্ৰেটা থুনবাৰ্গৰ সৈতে সেই কাৰ্যসূচীত অংশ লৈছিল কাংজুমে।

যোৱা ৫ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে টুইটাৰত এটি প’ষ্ট দিয়ে। তাত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন ক্ষেত্ৰত অৰিহনা যোগোৱা ১২ গৰাকী মহিলাক সন্মান জনোৱা হয়। উক্ত প্ৰচাৰ কাৰ্যসূচীৰ নাম দিয়া হৈছিল ‘She Inspires Us’।

কিন্তু ৬ মাৰ্চত নৰেন্দ্ৰ মোদীক ট্যাগ কৰি কাংজুমে লিখিলে,”প্ৰধান মন্ত্ৰী ডাঙৰীয়া মোক এই সন্মান দিয়াৰ বাবে ধন্যবাদ। কিন্তু বহু ভাৱনা-চিন্তাৰ পাছত এই সন্মান উভতাই দিয়াৰ সিদ্ধান্ত ল’লো। আপুনি যদি মোৰ কথা নুশুনে, তেনেহ’লে এই সন্মান দিয়াৰ কোনো অৰ্থ নাই।‘

পৰিৱেশ ৰক্ষাৰ বাবে বিশেষ আইন গৃহীত কৰাৰ দাবী জনাই আহিছে লিছিপ্ৰিয়া কাংজুমে। কিন্তু তেওঁৰ দাবী নমনাৰ বাবে এইদৰে প্ৰতিবাদ কৰি চৰকাৰী কাৰ্যসূচী প্ৰত্যাখ্যান কৰি দৃঢ় বাৰ্তা প্ৰেৰণ কৰিলে মণিপুৰী কিশোৰীগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd