• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজৱ! কেৱল পানী খাই কটাইছে ৫০ বছৰ, নাই আন কোনো খাদ্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2023 11:47 am
Bui Thi Loi viral news
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহ জীয়াই থাকিবলৈ অপৰিহাৰ্য পানী। কিন্তু কেৱল পানী খায়েই মানুহ জীয়াই থাকিব পাৰিব বুলি ভাবিব পাৰিব নে? চাবলৈ গ’লে এয়া একপ্ৰকাৰে অসম্ভৱ কথাই। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিছে এগৰাকী মহিলাই।

নাম তেওঁৰ বুই টি ল’ই। ভিয়েটনামৰ এইগৰাকী ৭৫ বৰ্ষীয় বৃদ্ধাই খাদ্যৰ নামত কেৱল পানী খায়েই কটাইছে ৫০ বছৰ। এনে আজৱ জীৱন-ধাৰণৰ বাবে সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বৃদ্ধাগৰাকী।

Apply Now

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিগত ৫০ বছৰ ধৰি তেওঁ কেৱল পানী আৰু শীতল পানীয় খাই জীৱন নিৰ্বাহ কৰি আহিছে। এই সময়ছোৱাত তেওঁ পানীয়ৰ বাহিৰে কোনো গোটা খাদ্য খোৱা নাই আৰু এতিয়াও নাখায়।

১৯৬৩ চনত ভিয়েটনাম যুদ্ধ চলি থকাৰ সময়ত সংঘটিত হোৱা এটা বিশেষ ঘটনাৰ সময়ৰ পৰাই বুই টি ল’য়ে এইদৰে জীৱন কটাই আহিছে। সেই সময়ত অস্থিৰ হৈ পৰিছিল সমগ্ৰ দেশ।

এদিন বুই টি ল’য়ে আন মহিলাৰ সৈতে কোনো কামত পাহাৰলৈ গৈছিল। উক্ত দিনা আছিল বতৰ বেয়া আৰু তেওঁলোকে পাহাৰ বগাই থাকোঁতেই হঠাতে বজ্ৰপাত আৰম্ভ হ’ল। এনে অৱস্থা চেতনা হেৰুৱাই পেলালে ল’য়ে।

দুৰ্যোগ বন্ধ হোৱাৰ পিছত অৱশ্যে তেওঁৰ চেতনা ঘূৰি আহিল। কিন্তু বজ্ৰপাতৰ ভয়াৱহতাই দিয়া মানসিক আঘাতৰ পৰা ওলাব পৰা নাছিল ল’ই। সেই সময়ত ল’ই কোনো ধৰণৰ গোটা খাদ্য মুখত ল’ব পৰা নাছিল।

এনে অৱস্থাত লগৰীয়াসকলে তেওঁক সেয়ে মিঠা পানীয় খুৱাই দিয়ে। এই পানীয়ই বুই টি ল’ইৰ দেহত সঞ্জীৱনীৰ দৰে কাম কৰিলে আৰু তেওঁ ক্ৰমাৎ সুস্থ হৈ উঠিল।

ইয়াৰ পিছত ল’য়ে কিছু ফল খোৱাৰ চেষ্টা কৰে যদিও এনে কোনো গোটা খাদ্য তেওঁ খাব পৰা নাছিল। এইদৰেই আৰম্ভ হয় ল’ইৰ আচৰিত জীৱন প্ৰণালী।

১৯৭০ চনৰ পৰা তেওঁ গোটা খাদ্য খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। তেওঁ দাবী কৰে যে নাকত গোটা খাদ্যৰ গোন্ধ পোৱাৰ পিছতে তেওঁৰ বমি বমি ভাব হয়।

তেওঁ লগতে কয় যে শীতল পানীয়ত চেনি থাকে, যাৰ পৰা তেওঁ শৰীৰত প্ৰয়োজনীয় শক্তি লাভ কৰে। ইয়াৰ দ্বাৰা তেওঁৰ যথেষ্ট উপকাৰো হৈছে।

ঘৰত পাকঘৰ থাকিলেও যোৱা ৫০ টা বছৰে সেয়ে ল’ই কৰা নাই ৰন্ধা-বঢ়া কাৰ্য। তেওঁৰ ফ্ৰীজত পানী আৰু শীতল পানীয়ৰ বাদে নাথাকে আন কোনো খাদ্য। এইদৰেই জীৱনৰ বাকী সময়ছোৱা কটাবলৈ গৈ আছে ল’ই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd