• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্যেষ্ঠ নাগৰিক-বিশেষভাৱে সক্ষম লোকৰ ভোটদানক লৈ মাজুলীত নিৰ্বাচন বিভাগৰ বৈঠক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 15, 2019 7:45 pm
324
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিতো অহা ১১ এপ্ৰিলত হ’ব লগা নিৰ্বাচনত জিলাখনৰ সকলো স্তৰৰ ভোটাৰ ৰাইজে যাতে  নিজৰ মতাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ আধাৰত মাজুলী জিলা নিৰ্বাচন বিভাগে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

আয়োগৰ ‘সকলোৰে বাবে সুষম নিৰ্বাচন’ শীৰ্ষক বিশেষ পদক্ষেপৰ অংশ হিচাপে মাজুলীৰ ১৬৪টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে বিশেষ ভাৱে সক্ষম ভোটাৰ আৰু অতি বয়সীয়াল ভোটাৰসকলক ভোটদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদানৰ লগতে সহযোগিতা আগবঢ়োৱাৰ বাবে জিলা নিৰ্বাচন বিভাগে জিলা সমাজকল্যাণ বিভাগৰ সহযোগত প্ৰয়াস আৰম্ভ কৰিছে।

এই দিশটো তদাৰক কৰিবলৈ জিলা নিৰ্বাচন বিষয়াৰ অধীনত গঠিত ‘সকলোৰে বাবে সুষম নিৰ্বাচন বিষয়ক জিলাস্তৰীয় পৰামৰ্শদাতা সমিতি’ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

সভাত অতিৰিক্ত উপায়ুক্ত নৰেণ দাস আৰু নিৰ্বাচন বিষয়া মগেন নৰহে প্ৰতিটো ভোটকেন্দ্ৰতে বিশেষভাৱে সক্ষম লোকৰ বাবে সমাজ কল্যাণ বিভাগৰ জৰিয়তে হুইল-চেয়াৰৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে। লগতে কয় যে বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ ভোটাৰসকলক ভোটদান কেন্দ্ৰৰ ভিতৰলৈ গৈ মতাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত অলপো ৰ’ব লগা নোহোৱাকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত ভোটাৰ ৰূপে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দলে গণ্য কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’ব বুলি সকলোকে অৱগত কৰে।

তাৰোপৰি প্ৰয়োজন অনুসাৰে এনে অগ্ৰাধিকাৰপ্ৰাপ্ত ভোটাৰসকলক সহায়ৰ বাবেও জিলা নিৰ্বাচন বিভাগে ভোটকেন্দ্ৰ সমূহত ব্যৱস্থা ল’ব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd