• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰাশায়ী বিৰোধী : ১ বজালৈ ঘোষিত অসমৰ সমষ্টিসমূহৰ ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2019 1:19 pm
Loksabha election 2019: Assam's 'on the way' MP's
1.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ১৪ টা সমষ্টিত দিনৰ ১ বজালৈ বিভিন্ন দলৰ অগ্ৰগতি

বিজেপি-৮ টা

কংগ্ৰেছ-২ টা

অগপ- ১ টা

এ আই য়ু ডি এফ- ২ টা

অন্যান্য- ১ টা

স্বায়ত্ত শাসিত পৰিষদ লোকসভা সমষ্টিঃ বিজেপিৰ হৰেণ সিং বে’ কংগ্ৰেছৰ বিৰেণ সিং ইংতিতকৈ ৬৪,১২৪ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

বৰপেটা লোকসভা সমষ্টিঃ বৰপেটাত মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস কংগ্ৰেছৰ আব্দুল খালেকতকৈ ৩৪,৪৩৬ টা ভোটত আগবাঢ়ি আছে।

ধুবুৰী লোকসভা সমষ্টিঃ এ আই য়ু ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীতকৈ ৯৪,৩৩৩ টা ভোটত আগবাঢ়ি আছে।

ডিব্রুগড় লোকসভ সমষ্টিঃ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলী কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰতকৈ ২,০৪,১৩০ টা ভোটতত আগবাঢ়ি আছে।

গুৱাহাটী লোকসভা সমষ্টিঃ কংগ্ৰেছৰ ববিতা শৰ্মা বিজেপি প্ৰাৰ্থী কুইন ওজাতকৈ ৫,০৩৬ টা ভোটত আগবাঢ়ি আছে।

যোৰহাটত লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ ৪০,৬৪০ টা ভোটত আগবাঢ়ি আছে।

কলিয়াবৰ লোকসভা সমষ্টিঃ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ অগপ প্ৰাৰ্থী মনি মাধৱ মহন্ততকৈ ১৭,০৫৭ টা ভোটত আগবাঢ়ি আছে।

কৰিমগঞ্জ লোকসভ সমষ্টিঃ এ আই য়ু ডি এফৰ প্ৰাৰ্থী ৰাধেশ্বাম বিশ্বাস বিজেপিৰ কৃপানাথ মাল্লাতকৈ ৫৮,৭১০ টা ভোটত আগবাঢ়ি আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিঃ নিৰ্দলীয় নৱ কুমাৰ শৰণীয়া য়ু পি পি এলৰ প্ৰাৰ্থী ঔৰ্খা গৌৰাং ব্ৰহ্মতকৈ ২,১১৬ টা ভোটত আগবাঢ়ি আছে।

লক্ষীমপুৰ লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰদান বৰুৱা কংগ্ৰেছৰ অনিল বৰগোহাঁইতকৈ ২,৪০,৫২০ টা ভোটত আগবাঢ়ি আছে।

মঙলদৈ লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাতকৈ ৫৮,৭৩০ টা ভোটত আগবাঢ়ি আছে।

নগাঁও লোকসভ সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈতকৈ ২৪,৭৪৩ টা ভোটত আগবাঢ়ি আছে।

শিলচৰত লোকসভ সমষ্টিঃ বিজেপিৰ ৰাজদ্বীপ ৰয় কংগ্ৰেছ প্ৰাথী সুস্মিতা দেৱ বৰ্মনতকৈ ৩৫,৯৭২ টা ভোটত আগবাঢ়ি আছে।

তেজপুৰ লোকসভা সমষ্টিঃ তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস কংগ্ৰেছৰ এম জি ভি কে ভানুতকৈ ৬৭,৯৬৪ টা ভোটত আগবাঢ়ি আছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd