• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্চৰ পৰা অসমত আৰম্ভ হ’ব বিদ্যুত চালিত যাত্ৰীবাহী ৰে’লৰ চলাচল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2021 6:15 pm

1 min read

Pass-spl-train1-750x375
169
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো শীঘ্ৰে বিদ্যুত চালিত ৰে’ল সেৱা আৰম্ভ হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে প্ৰকাশ কৰিছে।

২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া জংচনলৈ বিদ্যুত চালিত ৰে’ল সেৱা আৰম্ভ হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা সদৰী কৰা হয়।

আনহাতে, মে’ মহাৰ ভিতৰত নামনি অসমৰ পৰা গুৱাহাটীলৈ বিদ্যুত চালিত ৰে’ল সেৱাৰ কাম সম্পুৰ্ণ হৈ উঠিব।

বঙাইগাঁও, সৰভোগ, নলবাৰী, কামাখ্যাত চাৰ্জিং ষ্টেশ্যন থাকিব বুলিও উত্তৰ-পূব সীমান্ত ৰে’লৱে জানিবলৈ দিয়ে।

ডিব্ৰুগড় পৰ্যন্ত বিদ্যুত চালিত ৰে’ল সেৱাৰ কাম অতি ক্ষীপ্ৰ গতিত আগবঢ়োৱা হ’ব বুলিও ৰে’লৱে প্ৰকাশ কৰে।

বিদ্যুত চালিত ৰে’লেৰে যাত্ৰী সকলে কম সময়ৰ ভিতৰতে ভ্ৰমণৰ সুবিধা পোৱাৰ লগতে ইয়াৰ ফলত ডিজেলৰ ৰাহি হ’ব।

তদুপৰি, বিদ্যুত চালিত ৰে’লৰ দ্বাৰা পৰিবেশ প্ৰদূষণ নহয়।

Recent News

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

WhatsApp Image 2021-02-26 at 12.44.26 PM

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd