• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাঁজীত ‘লুমিনাছে’ আগবঢ়ালে চৰকাৰী বিদ্যালয়লৈ বৈদ্যুতিক পাংখা

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
October 2, 2018 9:39 am
IMG-20181001-WA0015

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আগশাৰীৰ বৈদ্যুতিক কোম্পানী ‘লুমিনাছ’ ৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নতুন দিল্লীৰ সামাজিক সংস্থা ‘শুধ’ৰ উদ্যোগত সোমবাৰে শিৱসাগৰ জিলাৰ জাঁজী মৰাণছিগা এম ই স্কুলত অনুষ্ঠিত এক অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ৬০ খন চৰকাৰী বিদ্যালয়লৈ ২৬০ খন বৈদ্যুতিক পাংখা যোগান ধৰা হয়।

এই উপলক্ষে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হৰেন কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত  হোৱা আৰু বিদ্যালয়ৰ সহ:শিক্ষক দিগন্ত গগৈয়ে আঁত ধৰা ৰাজহুৱা সভাত সামাজিক সংস্থা ‘শুধ’ৰ মুখ্য কাৰ্যবাহী ৰাজীৱ আৰ পাণ্ডে, বহুজাতিক কোম্পানীৰ বিষয়া লিটুল বৰুৱা, সান্যা গাৰ্গ, শিক্ষাবিদ ৰেখা গগৈ আৰু শিক্ষাবিদ হৰেণ বৰুৱা উপস্থিত থাকে।

Apply Now

উল্লেখযোগ্য যে জাঁজী মৰাণছিগাৰ প্ৰয়াত চন্দ্ৰ বৰুৱাৰ পুত্ৰ তথা এটা আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়া লিটুল বৰুৱাৰ সহযোগিতাত আৰু  সামাজিক সংস্থা ‘শুধ’ৰ উদ্যোগত জাঁজীৰ ৬০ খন  চৰকাৰী প্ৰাথমিক, মজলীয়া, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়লৈ মুঠ ২৬০ খন ‘লুমিনাছ’ কোম্পানীৰ ষ্টেণ্ড ফেন আৰু ছিলিং ফেন বিনামূলীয়াকৈ যোগান ধৰা হয়।

‘শুধ’ৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাজীৱ আৰ পাণ্ডেই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি লুমিনাছ কোম্পানীয়ে সামাজিক দায়বদ্ধতাৰ অধীনত ‘শুধ’ৰ সহযোগত ইতিমধ্যে অসমৰ নলবাৰী জিলাৰ বহু চৰকাৰী বিদ্যালয়ত বৈদ্যুতিক পাংখা বিতৰণ কৰিছে। আৰু শিৱসাগৰ জিলাত এই কাম আৰম্ভ হৈছে।

উল্লেখযোগ্য যে, লুমিনাছে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাত সহায়ক হোৱাৰ বাবেই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। লুমিনাছ আৰু সামাজিক সংস্থা ‘শুধ’ৰ  এনে সমাজকল্যানমূলক কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে জাঁজীৰ শিক্ষানুৰাগী সমাজে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd