• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিত হাতী-মানুহৰ সংঘাত অব্যাহত : এসপ্তাহত হাতীৰ গচকত নিহত ২ দুজন

ছাজিদ খান by ছাজিদ খান
October 12, 2018 5:23 pm
download

প্ৰতিনিধিত্বমূলক ফটো

499
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তত অৱস্থিত গাওঁসমূহত হাতী-মানুহৰ সংঘাত অব্যাহত আছে। শেহতীয়াভাৱে হাতীৰ আক্ৰমণত এসপ্তাহতে দুজন মানুহৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে ১১ অক্টোবৰৰ নিশা পানেৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ছাগলিঝাৰ (নতুনবস্তি) এলেকাত উত্তম ৰাভা নামৰ লোকজনক হাতীয়ে গচকি হত্যা কৰিছে।

৩-৪ টা হাতীৰ এই বনৰীয়া উদণ্ড হাতীৰ জাকটোৱে চুবুৰীয়া গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে নিহত উত্তম ৰাভা আৰু তেওঁৰ বন্ধু এগৰাকীয়ে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ যায়। তাৰ পাছত হাতীৰ জাকটোৱে উত্তম ৰাভাক আক্ৰমণ কৰি গছকি হত্যা কৰে আৰু তেওঁৰ বন্ধুজন কথমপি পলাই সাৰিবলৈ সক্ষম হয়।
ইয়াৰ পূৰ্বে এটা হাতীৰ জাকে অক্টোবৰৰ ৭ তাৰিখৰ নিশা এগৰাকী ১৬ বছৰীয়া কিশোৰী ৰূপালী টপ্পোক গছকি হত্যা কৰিছিল। কিশোৰীজনী ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বাদলিপাৰা টিইৰ বাসিন্দা বৰণবাস টপ্পো আৰু জেছিন্তা টপ্পৰ জীয়েক আছিল।

ওদালগুৰিৰ বন্যপ্ৰাণী কৰ্মী নবজ্যোতি বৰুৱাই কৈছে যে চৰকাৰে টোপনিৰ পৰা উঠি হাতী-মানুহৰ সংঘাতৰ অৱসান ঘটাবলৈ কিবা এটা কৰিব লাগে।
তেওঁ আৰু কয় যে বন বিভাগে ইয়াৰ মাণ্ডলিক কাৰ্যালয়সমূহত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিব লাগে হাতী-মানুহৰ সংঘাতৰ অৱসান ঘটাবলৈ প্ৰতিটো মণ্ডলতে স্বেচ্ছাসেৱী মনোভাৱৰ স্থানীয় যুৱকেৰে গঠিত আক্ৰমণ-বিৰোধী বাহিনী মোতায়েন কৰিব লাগে।
তেওঁ আৰু কয় যে কৰ্ণাটকৰ প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যনৰ এম ডি মধুসুধনে কৰাৰ দৰে কৃষিভূমিৰ এলেকাসমূহক হাতীৰ পৰা ৰক্ষা কৰিবলৈ বৈদ্যুতিক তাঁৰৰ বেৰ দিয়াৰো পোষকতা কৰে।

তেওঁ আৰু কয় যে কৰ্ণাটকত এই পৰীক্ষাসমূহ যথেষ্ট কৃতকাৰ্য হৈছে। অসমত ইয়াক প্ৰয়োগ কৰিলে হাতী মানুহৰ বহু পৰিমাণে সংঘাত লাঘৱ হ’ব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd