• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ প্ৰতিবাদৰ মাজতে পুনৰ উত্তৰ প্ৰদেশত ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 2, 2020 1:17 pm

1 min read

হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ প্ৰতিবাদৰ মাজতে পুনৰ উত্তৰ প্ৰদেশত ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

293
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশ কপাঁই থকাৰ সময়তে পুনৰ যোগী আদিত্য নাথৰ ৰাজ্যত এগৰাকী ১১ বছৰীয়া কিশোৰীয়ে ধৰ্ষণকাৰীৰ হাতত প্ৰাণ দিবলগীয়া হ’ল।

বৃহস্পতিবাৰে উত্তৰপ্ৰদেশৰ ভাদোহি জিলা এখন গাঁৱত এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণকাৰীয়ে পথাৰত উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু ধৰ্ষণৰ পাছত কিশোৰী গৰাকীক ইটাৰে মৰিয়াই মৰিয়াই বৰ্বৰভাৱে হত্যা কৰে।

এই বৰ্বৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুগৰাকী লোকক আটক কৰিছে।

আৰক্ষীয়ে দুটা পৰিয়ালৰ মাজত থকা শত্ৰুতাৰ বাবেই এই জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

উত্তৰ প্ৰদেশৰ হাথৰাছত জঘন্য দলবদ্ধ ধৰ্ষণৰ বলি হৈ নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হোৱা দলিত কিশোৰী গৰাকীৰ মৃত্যুৰ পাছত আৰক্ষীৰ লোকে কিশোৰী গৰাকীৰ মৃতদেহ সৎকাৰকলৈয়ো বিতৰ্কৰ সৃষ্টি হৈছিল।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাথৰাছৰ ভূক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত উত্তৰপ্ৰদেশ আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈয়ো দেশত প্ৰতিবাদৰ জন্ম হৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd