DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ২ নং পৰঙ্গনীয়াত আৰক্ষীৰ সহযোগত অবৈধ কাঠ ফলা মিল উৎখাত বন বিভাগৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 25, 2020 6:12 pm
বোকাখাতত ২ নং পৰঙ্গনীয়াত আৰক্ষীৰ সহযোগত অবৈধ কাঠ ফলা মিল উৎখাত বন বিভাগৰ
333
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ অন্তৰ্গত গোলাঘাট বন সংমণ্ডলৰ অধীন ২ নং পৰঙ্গনীয়া গাঁৱত দীৰ্ঘ দিন ধৰি চলি থকা এটা অবৈধ কাঠ মিলত আজি অতৰ্কিতে অভিযান চলায় বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ৷

অভিযানৰ সময়ত কাঠ ফলা মিলটোত বহু কাঠৰ কুণ্ডা আৰু বহু কাঠ ফালি থকা হৈছিল ৷

অবৈধভাৱে স্থাপন কৰা মিলটোত উপস্থিত হৈ আৰক্ষী বিষয়া গৰাকীয়ে গোলাঘাট বন সংমণ্ডলক খবৰ দিয়াত বন সংমণ্ডলটোৰ নুমলীগড় খণ্ড বন বিষয়া সহ বনকৰ্মীৰ এটা দল গৈ পৰঙ্গনীয়াৰ এই অবৈধ কাঠ মিলটোত উপস্থিত হয় ৷

খণ্ড বন বিষয়া গৰাকীয়ে মিলৰ চৌহদত ফালিবৰ বাবে অনা অবৈধ কাঠৰ কুণ্ডাৰ লগতে ফলা কাঠ আৰু কাঠ ফলা সঁজুলীৰ উপৰিও কাঠ ফলা মিলটোও জব্দ কৰে ৷

কাঠৰ মিলটোৰ বিভাগীয় কোনো অনুমতি নাই বুলি জানিবলৈ দিয়ে খণ্ড বন বিষয়া জয়ন্ত গোস্বামীয়ে ৷

২ নং পৰঙ্গনীয়াৰ এই অবৈধ কাঠ ফলা মিলটোৰ স্বত্বাধিকাৰ জনৈক ললিত দত্ত বুলি জানিব পৰা গৈছে ৷ মিলটোত আজি দীৰ্ঘ দিন ধৰি অবৈধ ভাৱে কাঠ ফালি থকা বুলি জানিব পৰা গৈছে ৷

Recent News

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd