• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি আৰম্ভ হৈছে এইবোৰ? টুইটাৰৰ প্ৰায় সকলো ভাৰতীয় কৰ্মীকে ছাঁটাই কৰিলে এলন মাস্কে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2022 7:25 am
159
VIEWS
Share on FacebookShare on Twitter

এলন মাস্কে কি আৰম্ভ কৰিছে এইবোৰ! টুইটাৰৰ নতুন গৰাকী আৰু মুখ্য কাৰ্যবাহীগৰাকীয়ে সম্পূৰ্ণৰূপে একনায়কত্ববাদী আচৰণেৰে সকলোৰে চাকৰি কাঢ়ি লৈছে! টুইটাৰৰ গৰাকী হোৱাৰ লগে লগে তেওঁ কোনো জাননী অবিহনে ব্যাপক ছাঁটাই আৰম্ভ কৰে। দায়িত্ব লোৱাৰ এসপ্তাহৰ ভিতৰতে কোম্পানীটোৱে ঘোষণা কৰে যে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে টুইটাৰত চাকৰি হেৰুৱাব। এইবাৰ বিধ্বংসী ‘লে-অফ’ চুনামিয়ে আঘাত কৰিলে ভাৰতত।

সূত্ৰসমূহৰ মতে, টুইটাৰে প্ৰায় সকলো ভাৰতীয় কৰ্মচাৰীক ছাঁটাই কৰিছে। ছান ফ্ৰাঞ্চিস্কোস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমিউনিকেশ্যন কোম্পানীটোৰ ভাৰতত ২৫০ জন কৰ্মচাৰী আছে। শুকুৰবাৰে আবেলি প্ৰায় ৪ বজাত তেওঁলোকক মেইলযোগে জনোৱা হয় যে তেওঁলোক আৰু চাকৰিত নাই। তদুপৰি, এলনৰ সংস্থাটোৱে স্বেচ্ছাই চাকৰি এৰি দিয়াৰ প্ৰস্তাৱো দিছে।

লগতে পঢ়ক: শাসনলৈ আহিলে অগ্নিপথ আঁচনি বাতিল কৰিব কংগ্ৰেছেঃ প্ৰিয়ংকা গান্ধী

এগৰাকী কৰ্মচাৰীয়ে কয় যে ‘ঠিকাভিত্তিক কৰ্মচাৰী’সকলক ৰখা হৈছে। কেইবাজনো উচ্চ পদস্থ কৰ্মচাৰীয়ে টুইট কৰি টুইটাৰক ধন্যবাদ জনাই লগ-আউট কৰিছে। সূত্ৰ অনুসৰি, এলন মাস্কৰ কোম্পানীয়ে ইয়াৰ প্ৰায় ৫০ শতাংশ কৰ্মচাৰীক কমিউনিকেশ্যন, গ্লোবেল কন্টেন্ট পাৰ্টনাৰশ্বিপ, বিক্ৰী, বিজ্ঞাপন ৰাজহ, অভিযান্ত্ৰিক আৰু সামগ্ৰী বিভাগৰ পৰা আঁতৰাই দিছে।

মাস্কে যোৱা মাহত ৪৪ বিলিয়ন ডলাৰত ছচিয়েল মিডিয়া প্লেটফৰ্মটো ক্ৰয় কৰিছিল। ইয়াৰ পিছত তেওঁ টুইটাৰৰ ব্যয় হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। এলনে ইয়াৰ বাবে লৈছিল গণ ছাঁটাইৰ সিদ্ধান্ত।

লগতে পঢ়ক: পঞ্জাৱত শিৱসেনাৰ নেতাক গুলীয়াই হত্যা, কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল আপত্তিজনক মন্তব্যৰ বাবে

এলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পিছত এটাৰ পিছত এটা কৈ নিয়ম সলনি কৰি আছে। ব্লু টিকৰ বাবে মাহে প্ৰায় 8 ডলাৰ (প্ৰায় ৭০০ টকা) আদায় কৰাৰ সিদ্ধান্তৰ পিছত টুইটাৰৰ গৰাকীয়ে এইবাৰ কৰ্মচাৰী খেদাৰ অভিযান চলাইছে। কোম্পানীটো চলাবলৈ কিমান জন কৰ্মচাৰীৰ প্ৰয়োজন সেইটো গণনা কৰি মাস্কে ছাঁটাইৰ পথ লৈছে।জানিব পৰা গৈছে যে তেওঁ প্ৰায় ৩,৭০০ কৰ্মচাৰীক ছাঁটাই কৰিবলৈ আগবাঢ়িছে। এলনে দায়িত্ব লোৱাৰ লগে লগে টুইটাৰও একাধিকবাৰ ঘণ্টাধৰি নিষ্ক্ৰিয় হৈ আছে!

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd