• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমা হাচাও বিজেপিত খহনীয়া : পদত্যাগ কৰিলে পৰিষদৰ সদস্য ফ্লেমিঙ ৰূপছিয়ে

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , December 28, 2018 10:30 pm

1 min read

Flemming Rupshi

ফ্লেমিঙ ৰূপছি। ফটো : নৰ্থইষ্ট নাও

721
VIEWS
Share on FacebookShare on Twitter

শাসক দল বিজেপিৰ সংগ এৰিলে জাতিঙ্গা পৰিষদীয় সমষ্টিৰ সদস্য তথা পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম ফ্লেমিঙ ৰূপছিয়ে। আজি ৰাতিপুৱা বিজেপিৰ ডিমা হাচাও জিলাৰ সভাপতি নিপোলাল হোজাইৰ হাতত ফ্লেমিঙে  তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে।

20181228_200357
বিজেপিৰ জিলা সভাপতিলৈ ফ্লেমিঙ ৰূপছি প্ৰেৰণ কৰা পদত্যাগ পত্ৰখন।

উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত ইএম ৰূপছিৰ পদত্যাগ তাৎৰ্য্যপূৰ্ণ হিচাপে বিবেচিত হৈ পৰিছে। কিয়নো ফ্লেমিঙে এপিনে বিজেপিৰ টিকট বিচৰা নাই অথচ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটোও নিশ্চিত।

এনে পৰিস্থিতিত ফ্লেমিঙৰ পদত্যাগৰ কাৰণ কি সেয়া ৰহস্যজনক হৈ পৰিছে। ৰূপছিয়ে তেওঁৰ পদত্যাগ পত্ৰত অনিবাৰ্য কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।

ইপিনে, তেওঁৰ নিজৰ মতামত জানিবৰ বাবে ফ্লেমিঙৰ লগত বহুবাৰ যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁক পোৱা নগ’ল। অৱশ্যে, বিজেপিৰ জিলা সভাপতি নিপোলাল হোজাইয়ে আজি ৰাতিপুৱা ফ্লেমিঙ ৰূপছিয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd