• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট ভাষাবিদ ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ

স্বাস্থ্যৰ বুজ ল'লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

NE NOW NEWS
, November 10, 2018 11:30 pm

1 min read

Promod ch. Bhattacharya

ফটো ফে'চবুকৰ পৰা সংগৃহীত

249
VIEWS
Share on FacebookShare on Twitter

লোক সংস্কৃতিৰ সাধক, বিশিষ্ট ভাষাবিদ সাহিত্যচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। বিগত কেইবাদিনো ধৰি অসুস্থ হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট ভাষাবিদ গৰাকীৰ আজি স্বাস্থ্যৰ বুজ লয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে বড়ো ভাষাৰ ওপৰত গৱেষণা কৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য গুৱাহাটী আলোচনা চক্ৰ, কাকলি মইনা পাৰিজাত, অসম প্ৰাকৃতিক কবি সন্মিলন, চানমাৰি সাহিত্য সভাৰ দৰে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত।

ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখতো উল্লেখযোগ্য অৱদান আগবঢ়োৱা ভট্টাচাৰ্য বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।

আজি ভাষাবিদ গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত মুখ্য মন্ত্ৰীয়ে তেওঁৰ পুত্ৰ ড০ অপূৰ্ব ভট্টাচাৰ্যৰ পৰা তেখেতৰ শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় দিশ সমূহৰ বুজ লোৱাৰ লগতে আশু-আৰোগ্য কামনা কৰে।

মুখ্য মন্ত্ৰীৰ সৈতে আজি ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীও উপস্থিত আছিল।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd