• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট কবি গংগামোহন মিলিক ‘স্বর্ণলিপি কাব্য বঁটা ২০২০’ প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
, January 3, 2021 9:31 pm

2 min read

index.jpgc
106
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট কবি গংগামোহন মিলিক আজি গুৱাহাটী গ্ৰন্থমেলাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্রদান কৰা হয় ‘স্বৰ্ণলিপি কাব্য বঁটা ২০১৯’।

এই বঁটাৰ সৈতে এটি মনোমোহা স্মাৰক, মানপত্ৰ, জাপি, শৰাই আদিৰে কবিগৰাকীক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে যোৱা বছৰতে প্রদান কৰিবলগীয়া এই বঁটা আৰু বিশেষ কবি-সন্মিলন অনুষ্ঠানটো সমগ্ৰ বিশ্ববিয়পা কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জাৰি কৰা সতৰ্কতা আৰু জনসমাবেশৰ নিষেধাজ্ঞাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছিল।

আজি বিশিষ্ট শিক্ষাবিদ ডঃ পৰাগ কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানটোত মুখা অতিথিৰূপে অংশগ্ৰহণ কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিশিষ্ট শিক্ষাবিদ ডঃ কন্দৰ্প দাসে সাহিত্য আলোচনীৰ প্ৰাসংগিকতা আৰু সমাজ জীৱনত কবিতাৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে অধ্যাপিকা ডঃ নিভা ৰাণী ফুকন আৰু ডঃ প্ৰণীত বৰ্মনে সম্পাদনা কৰা ‘স্বৰ্ণলিপি’ৰ দ্বাৰা প্ৰকাশিত ইংৰাজী গৰু এক্‌ছপ্লৰিং চ’ছাইটি লাইফ এণ্ড কালচাৰ’ উন্মোচন কৰে।

সন্মানীয় অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসাপ্ত প্ৰাধ্যাপক সমালোচক ডঃ আনন্দ বৰমুৰৈয়ে অংশ গ্ৰহণ কৰি কবিতাই জীৱন বুলি উল্লেখ কৰে আৰু “স্বৰ্ণলিপি” আলোচনীৰ উদ্যোগক প্ৰশংসা কৰে।

‘দিচাংমুখৰ এবাতি আপং’ খ্যাত বিশিষ্ট কৰি গংগামোহন মিলিলৈ এইবাৰ আগবঢ়োৱা হৈছে ‘স্বৰ্ণলিপি কাব্য বঁটা ২০১৯’।

বৌদ্ধিক ব্যক্তিৰ সাহিত্য-চৰ্চাৰ অন্যতম ক্ষেত্ৰৰূপে স্বীকৃত “স্বণলিপি’য়ে এই বঁটাৰ বাবে অসমীয়া ভাষা-সাহিত্য-সমাজৰ হকে দায়বদ্ধতা ভূমিকা পালন কৰা লেখকলৈ স্বীকৃতি আগবঢ়াই তেনেধৰণৰ অধিক বৰঙণিত গুৰুত্ব প্ৰদান কৰে।

কবিগৰাকীৰ সাহিত্যিক অৱদানৰ বিষয়ে লগতে উল্লেখ কৰি আলোচনীখনে কয় যে গংগামোহন মিলিয়ে একান্তভাৱে নৈপৰীয়া আৰু আধুনিক মধ্যবিত্ত ব্যক্তিসত্ত্বাৰ নাগৰিক চেতনা, চেতনাবোধ, হতাশা-হুনিয়াহ, বিষাদ-বিছিন্নতা, নিসংগতা আৰু মাটি-মানুহৰ অন্তৰ্লীন সুৰবোৰক জীৱন-অভিজ্ঞতাৰ স্পৰ্শত কাব্য-ভাষাৰে তুলি ধৰিছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd