• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মগৰাহাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসক ডাঃ মছউদুল হকক ৰাজহুৱা সম্বৰ্ধনা

এন ই নাও নিউজ, নাজিৰা by এন ই নাও নিউজ, নাজিৰা
May 11, 2026 1:08 pm
117
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহত্তৰ মগৰাহাটবাসী ৰাইজৰ উদ্যোগত তথা নাজিৰা আৰু চামগুৰিৰ ৰাইজৰ সহযোগত দেওবাৰে বিশিষ্ট লেখক, সমাজ সংগঠক আৰু সু-চিকিৎসক ডাঃ মছউদুল হকক ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হয়।

১০ মে’ তাৰিখে মগৰাহাট চাৰিআলি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জীৱনজোৰা কৃতি আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক এই বিৰল সন্মান যঁচা হয়।

Apply Now

​নামতিমুখ চাৰিআলিৰ পৰা ডাঃ মছউদুল হকক মগৰাহাট অঞ্চলৰ আটাইকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গায়ন-বায়ন তথা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মূল মণ্ডপলৈ আদৰি আনে। হকৰ মানসপুত্ৰস্বৰূপ মগৰাহাট মাহীকুৰ সংঘই তেওঁক আদৰণি জনোৱাৰ লগতে সংঘৰ চৌহদত এটি গছপুলিও ৰোপণ কৰে।

প্ৰশান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিমল চন্দ্ৰ বুঢ়াগোহাঁয়ে। এই বিশেষ অনুষ্ঠানতে ডাঃ হকৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি পল্লৱী গগৈ বৰগোহাঁইৰ সম্পাদনাত প্ৰকাশিত এখনি অভিনন্দন গ্ৰন্থ ‘ডাঃ মছউদুল হক: ব্যক্তি আৰু ব্যক্তিত্ব’ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক-সমালোচক ৰিপুঞ্জয় গগৈয়ে।

​অনুষ্ঠানটোত ড° জ্যোতি প্ৰকাশ চলিহা, পূৰ্ণ কাকতি, নিৰঞ্জন মহন্ত, ডাঃ ৰাণা সন্দিকৈ, নীলিমা বৰুৱা, বিজয়া বৰুৱা, ৰাজু বৰুৱা আৰু স্থানীয় বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰি ডাঃ হকৰ বৰ্ণাঢ্য জীৱনৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে।

​উক্ত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমীয়া জাতীয় অভিধানৰ মুখ্য সম্পাদক তথা যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° দেৱব্ৰত শৰ্মাই এক সুন্দৰ আৰু তাৎপৰ্যপূৰ্ণ সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। তেওঁ ডাঃ মছউদুল হকক কেৱল এজন চিকিৎসক হিচাপেই নহয়, বৰঞ্চ এজন শিক্ষক, ক্ৰীড়াবিদ, নাট্যকাৰ, অভিনেতা, সাংবাদিক, লেখক আৰু নিষ্ঠাৱান ৰাজনৈতিক কৰ্মী হিচাপেও অভিহিত কৰে।

ড° শৰ্মাই ডাঃ হকৰ বহুমুখী প্ৰতিভা আৰু সমাজসেৱাৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ ভূয়সী প্ৰশংসা কৰি তেওঁক এখন জীৱন্ত ইতিহাস বুলি আখ্যা দিয়ে। ভাষণ প্ৰসংগত ড° দেৱব্ৰত শৰ্মাই অসমৰ ইতিহাসত হিন্দু-মুছলমানৰ সম্প্ৰীতি আৰু ঐক্যৰ এক সুদীৰ্ঘ পৰম্পৰা থকাৰ কথা দোহাৰে। লাচিত বৰফুকন, বাঘ হাজৰিকা, আজান পীৰ, মণিৰাম দেৱান আৰু ফৰমুদ আলী আদিৰ ঐতিহাসিক অৱদানৰ কথা সোঁৱৰাই তেখেতে ডাঃ মছউদুল হকক ‘অবিভক্ত অসমীয়া জাতিৰ কণ্ঠ’ বুলি অভিহিত কৰে।

ড° শৰ্মাই লগতে উল্লেখ কৰে যে ডাঃ হকৰ দৰে ব্যক্তিৰ ধৰ্মনিৰপেক্ষ চিন্তা-চেতনা আৰু সাম্প্ৰদায়িকতা বিৰোধী স্থিতি সাম্প্ৰতিক সময়ত অত্যন্ত প্ৰাসংগিক। ইছলামিক আৰু হিন্দুত্ববাদী দুয়োবিধ মৌলবাদৰ তীব্ৰ বিৰোধিতাৰে মানৱতাৰ হকে মাত মাতি অহা ডাঃ হকৰ দৰে এগৰাকী মহান ব্যক্তিক জীৱিতাৱস্থাতে উচিত মৰ্যাদা প্ৰদান কৰি মগৰাহাটৰ ৰাইজে অসমীয়া সমাজক অকৃতজ্ঞ জাতি বুলি থকা বদনাম মচিবলৈ সক্ষম হৈছে বুলিও তেখেতে মন্তব্য কৰে।

​পল্লৱী গগৈ বৰগোহাঁইৰ শলাগৰ শৰাই জ্ঞাপনৰ পাছতে জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে।

এন ই নাও নিউজ, নাজিৰা

এন ই নাও নিউজ, নাজিৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd