• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী নিযুক্তিৰ প্ৰলোভন! হতাশাত হাজাৰ হাজাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কাম কৰা কৰ্মচাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2018 11:11 pm
phe employee protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি চাকৰি কৰি অহাৰ পিছতো প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কৰ্মৰত কৰ্মচাৰীসকলে আজি দিচপুৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্য্যকৰী অভিযন্তা আৰু জুনিয়ৰ ইঞ্জিনিয়াৰে মিলি গঠন কৰা এখন পৰিচালনা কমিটিয়ে বহু লোকক চাকৰি দিয়া হ’ব বুলি বিভাগৰ আঁচনিৰ কামত নিয়োগ কৰিছিল বুলি কৰ্মচাৰীসকলৰ সমন্বয় সমিতিৰ আহ্বায়ক বিকাশ দেই আজিৰ প্ৰতিবাদস্থলীত নৰ্থ ইষ্ট নাও’ৰ আগত সদৰী কৰে।

Apply Now

তেওঁ কয়, ‘জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলযোগান কেন্দ্ৰসমূহ স্থাপন কৰাৰ বাবে ভূমিৰ প্ৰয়োজন হোৱাত ১৯৯৪ চনতে আমাৰ কিছুসংখ্যক কৰ্মচাৰীয়ে ভূমি প্ৰদান কৰিছিল আৰু ইয়াৰ বিনিময়ত আমাক পানী যোগান আঁচনিৰ অধীনত চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দিছিল।‘

কিন্তু বহু কষ্টৰে আনকি বিভিন্ন সময়ত কৰ্মচাৰীসকলে নিশা বহু দেৰিলৈকে নতুবা ওৰে নিশা উজাগৰে থাকি কাম কৰাৰ পিছতো উক্ত কৰ্মচাৰীসকলে চাকৰি পোৱাটো দুৰৰে কথা প্ৰাপ্য মজুৰিও লাভ কৰা নায়।

‘২০১৩ চনতে চৰকাৰে মাহিলী হিচাপত মাহে ৫ হাজাৰ টকাৰ টকা দিবৰ বাবে নিৰ্দেশ দিছিল যদিও মাত্ৰ ৩ হাজাৰ টকাহে দিয়ে কমিটিখনে।‘

আনহাতে, চৰকাৰে উক্ত কমিটিখনক মাহে ৫ হাজাৰ টকাকৈ দিবলৈ নিৰ্দেশ দিছিল যদিও পৰিচালনা কমিটিয়ে সেই ধন যন্ত্ৰ-পাতি মেৰামতি কৰা বা চোৱা-চিতাৰ কামতহে ব্যৱহাৰ কৰে বুলি তেওঁ লগতে কয়।

আজিৰ এই প্ৰতিবাদৰ জৰিয়তে কৰ্মচাৰীসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীক তেওঁলোকৰ মাহিলী দৰমহা ১০,৫০০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে। ইয়াৰ উপৰি তেওঁলোকে উক্ত পৰিচালনা কমিটিৰ একাউন্টত মজুৰি দিয়া বন্ধ কৰিবৰ বাবে বিভাগক আহ্বান জনায়।

আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা বীৰেন ভট্টাচাৰ্য্যক এই সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ নৰ্থ-ইষ্ট নাওক কয়, ‘কৰ্মচাৰীসকলক পৰিচালনা কমিটিয়ে ৰখা মানুহ। চৰকাৰৰ সৈতে এইক্ষেত্ৰত কোনো সম্পৰ্ক নাই।’

২০১৪ চনত কৰ্মচাৰীসকলক এককালীন সাহায্য দিয়া হৈছিল বুলি উল্লেখ কৰে তেওঁ কয়, ‘এইবাৰো বিভাগত ৫ কোটি টকা এটা আছে। সেই ধন পৰিচালনা কমিটিখনক দিয়া হ’ব। সেই ধনৰ পৰা যদি কোনো কৰ্মচাৰীক মজুৰি দিয়ে, তেওঁলোকেহে দিব।’

তাৎপৰ্য্যপূৰ্ণভাৱে কৰ্মচাৰীসকলৰ নিযুক্তি সম্পৰ্কে সোধাত তেওঁ কয়, ‘তেওঁলোকক চৰকাৰীভাৱে নিযুক্তি দিয়া হ’ব নে নহয়, সেই কথা মন্ত্ৰীৰ সৈতে কথা পাতিলে আপুনি গম পাব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd