• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপৰাজিতা! পঢ়াশুনাৰ খৰচ যোগাৰ কৰিবলৈ ১০০ দিনৰ মজুৰি কৰিছে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 29, 2021 10:53 am

1 min read

rosy Behera

ফটো সৌজন্য: ওৱান ইণ্ডিয়া।

318
VIEWS
Share on FacebookShare on Twitter

বহি থাকিলে নচলে অভাৱৰ সংসাৰ। দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰোতেই হাবাথুৰি খাবলগীয়া অৱস্থা।

এনে পৰিস্থিতি নিজৰ কলেজৰ পঢ়াশুনাৰ খৰচ যোগাৰ কৰিবলৈ ১০০দিনৰ মজুৰি কৰিবলৈ নামিল ওড়িষ্যাৰ পুৰীৰ এগৰাকী চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী ৰ’জি বেহেৰা।

আচৰিত যেন লাগিলে এয়া সত্য ঘটনা। ৰ’জিৰ এই খৱৰ পোহৰলৈ অহাৰ পাছতে অজস্ৰ লোকে তেওঁৰ এই প্ৰত্যাহ্বানৰ যুঁজক প্ৰশংসাৰে উপচাই পেলাইছে।

বাতৰি অনুসৰি, ২০১৯চনত চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মাত পাছ কৰিছিল ৰ’জিয়ে। ইয়াৰ পাছত বি টেক কৰাৰ বাবে এখন বেচৰকাৰী ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰে।

পিছপৰা হৰিজন শ্ৰেণীৰ হোৱাৰ বাবে তেওঁক চৰকাৰৰ ফালৰ পৰা টিউছন ফী আগবঢ়োৱাৰ কথা জনোৱা হয়। কিন্তু কলেজৰ বাছৰ তথা হোষ্টেলৰ মাছুল দিবলগীয়া হৈছে ৰ’জিয়ে।

ইপিনে, স্থানীয় বিধায়ক তথা শিক্ষাৰ্থীগৰাকীৰ অনুৰোধ সত্ত্বেও কলেজ কৰ্তপক্ষই ৰ’জিৰ বাছৰ তথা হোষ্টেলৰ মাছুল ৰেহাই নিদিলে।

অৱশেষত উপায়হীন হৈ যোৱা তিনি চাৰি সপ্তাহ ধৰি এমএনৰেগাৰ কাম কৰিবলৈ আৰম্ভ কৰিছে ৰ’জি বেহেৰাই।

অভাৱগ্ৰস্ত ৰ’জিৰ পৰিয়ালত তেওঁৰ লগতে আৰু চাৰিগৰাকী ভনীয়েক আছে। সেয়ে নিজৰ খৰচ উলিয়াবলৈ ১০০দিনৰ কামত লাগিছে ৰ’জি। বৰ্তমান ৰ’জিয়ে দৈনিক ২০৭টকা উপাৰ্জন কৰিছে।

ইয়াৰ মাজতে এই খৱৰ পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰিছে প্ৰশাসন। স্থানীয় খণ্ড উন্নয়ন বিষয়াই ৰ’জিৰ পঢ়াশুনাৰ বাবে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd