• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিত খহনীয়া : মাৰ্ঘেৰিটাত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , November 12, 2018 7:36 pm

1 min read

IMG-20181112-WA0027
247
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন বিধান সভা সমষ্টিৰ দৰে ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিটো শাসনাধিষ্ঠ বিজেপি আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মী সমৰ্থক আৰু প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ   মাজত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছে।  সমষ্টিৰ ১৮ খন  গাওঁ পঞ্চায়তত একাধিক প্ৰাৰ্থীত্বৰ দাবীদাৰে দুয়োটা দলৰে শীৰ্ষ নেতৃত্বক চিন্তিত কৰি তুলিছে।

সমষ্টিত সৰহখনি সময় অতিবাহিত কৰি বিধায়ক ভাস্কৰ শৰ্মাই পঞ্চায়ত দখলৰ তৎপৰতা অৱ্যাহত ৰাখিছে। ইয়াৰ বিপৰীতে কালি সমষ্টিটোত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক প্ৰদ্যুৎ বৰদলৈ  উপস্থিত হোৱাৰ পাছতে কংগ্ৰেছ দলৰ শিবিৰত তৎপৰতা বৃদ্ধি পাইছে।

আজি  বিজেপিৰ  পুৰণি পুখুৰী মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক দিলীপ মৰাণৰ নেতৃত্ব পুৰণি পুখুৰী মণ্ডলৰ  প্ৰায় শতাধিক বিজেপি কৰ্মীয়েআজি কংগ্ৰেছ দলৰ ৰাষ্ট্রীয় সম্পাদক  প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত যোগদান কৰে।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত গেৰুৱা দলটোৰ মাজত সৃষ্টি হোৱা গৰাখহনীয়া তাৎপৰ্য পূৰ্ণ হিচাপে চিহ্নিত হৈছে। উল্লেখযোগ্য যে  বিজেপিৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণৰ গৃহ পঞ্চায়ত হৈছে পুৰণি পুখুৰী । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল বাগৰা ৰাজনীতি বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে।পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত গৰাখহনীয়া হোৱাটো পৰিলক্ষিত হৈছে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd