• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

বুঢ়ীদিহিং নৈৰ খহনীয়াই সৰ্ব্বস্বান্ত কৰিছে বহু পৰিয়ালক; ১ নং টকলং গাঁৱৰ শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত বিলীন

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
September 10, 2021 1:57 pm
Margherita erosion

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত অতিকৈ পিছপৰা আৰু ভিতৰুৱা এখন গাওঁ ১নং টকলং।

আজিকোপতি কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাওঁখনৰ জনসাধাৰণ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ এক দুৰ্বিসহ জীৱন যাপন কৰি আহিছে।

একমাত্ৰ কৃষি কৰ্মকে জীৱন নিৰ্বাহৰ মূল সাৰথি হিচাপে গণ্য কৰা গাঁৱৰ ৰাইজে এতিয়া হেৰুৱাব লগা হৈছে শ শ বিঘা কৃষি ভূমি।

Apply Now

গাওঁ খনৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে গড়াখহনীয়াৰ সৃষ্টি কৰাৰ ফলত গাওঁ খনৰ বহু কেইটা পৰিয়ালৰ শ শ বিঘা কৃষি ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে।

গাঁৱৰ ৰাইজে জানিব দিয়া অনুসৰি ১৯৮৮ চনত প্ৰথম বাৰৰ বাবে বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে বানপানীৰ সৃষ্টি কৰি সমগ্র গাওঁখনেই প্লাবিত কৰি পেলাইছিল।

সেই সময়ত গাঁৱৰ ৰাইজক কিছুদিন নিৰাপদ ঠাইত অস্থায়ী শিবিৰ পাতি থাকিবলৈ দিয়া হৈছিল। তাৰ পাছৰে পৰাই প্ৰতিবছৰে বাৰিষা অহাৰ লগে লগেই গড়াখহনীয়াৰ কৱলত পৰি বৰ্তমানলৈ গাওঁ খনৰ বহু কেইটা পৰিয়ালে হেৰুৱাব লগা হৈছে শ শ বিঘা কৃষি ভূমি।

সেই সময়ৰ পৰাই গাওঁবাসীয়ে দিহিং নৈৰ গড়াখহনীয়াই যি কালৰূপ ধাৰণ কৰি আহিছে সেই কথা প্ৰতিগৰাকী জনপ্ৰতিনিধিক অৱগত কৰি এক স্থায়ী সমাধানৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত কিন্তু কোনো এগৰাকী জনপ্ৰতিনিধিয়ে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাওঁ বাসীয়ে।

বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাইও নিৰ্বাচনত জয়ী হলে এই গড়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত বিধায়কগৰাকী এবাৰলৈও গাওঁ খনত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে গাওঁখনৰ জনসাধাৰণে।

বৰ্তমান গাওঁবাসীৰ অসম চৰকাৰলৈ এটাই আহ্বান যে অতি সোনকালে  এই গড়াখহনীয়া প্ৰতিৰোধৰ এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি পুৰণিকলীয়া এই গাওঁখনৰ অস্তিত্ব ৰক্ষা কৰে।

গাওঁবাসীৰ এই আহ্বানৰ প্ৰতি চৰকাৰ তথা জনপ্ৰতিনিধি গৰাকীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হ’ব।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd