• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জামিন লাভ কৰিলেও ৮ টা চৰ্ত মানি চলিব লাগিব ৰীয়া চক্ৰৱৰ্তীয়ে : কি কি এই ৮ টা চৰ্ত ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 8, 2020 11:44 am

2 min read

index.jpgkl
1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৯ ছেপ্টম্বৰত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছ সংযোগ তথ্য লাভ কৰাৰ পিছতে বলিউদৰ অভিনেত্ৰী তথা সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীক নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’-এ গ্ৰেপ্তাৰ কৰিছিল।

২৮ দিনৰ অন্তত ৰীয়া চক্ৰৱৰ্তীক ৭ অক্টোবৰত বুম্বে উচ্চ ন্যায়ালয়ে জামিনত মুক্তি দিয়ে।

ৰীয়াই জামিনত মুক্তি লাভ কৰিলেও বুম্বে উচ্চ ন্যায়ালয়ে আৰোপ কৰা ৮ টা চৰ্ত মানি চলিব লাগিব।

Rhea Chakraborty gets bail on personal bond of Rs 1 lakh.

Court says, “Rhea should mark her presence for 10 days in police station after release, deposit her passport, not travel abroad without court permission & inform investigating officer if she has to leave Greater Mumbai” https://t.co/TBCLt1Cblx

— ANI (@ANI) October 7, 2020

এই আঠটা চৰ্ত হৈছে ক্ৰমে-

  • ১ লাখ টকাৰ বণ্ডত ৰীয়া চক্ৰৱৰ্তীয়ে ডাগ্ৰছৰ গোচৰত জামিন লাভ কৰিছে।
  • তদন্তকাৰী সংস্থাক নিজৰ পাছপোৰ্ট জমা দিবলগীয়া হৈছে ৰীয়াই।

 

  • গ্ৰেটাৰ মুম্বাইৰ NDPS আদালতৰ অনুমতি অবিহনে ৰীয়াই দেশৰ বাহিৰলৈ যাব নোৱৰিব।
  • আনকি মুম্বাইৰ বাহিৰলৈ যাবলৈ হ’লেও ৰীয়াই তদন্তকাৰী বিষয়াৰ অনুমতি ল’ব লাগিব।

 

  • জামিনত মুক্তি লাভ কৰাৰ পৰা ১০ দিনলৈকে ৰীয়াই সমীপৰ আৰক্ষীৰ থানাত দুপৰীয়া ১১ বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত যিকোনো সময়ত উপস্থিত হৈ চহী কৰিব লাগিব।

 

  • প্ৰথম ছমাহৰ প্ৰতি সোমবাৰে ৰীয়াই পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব।
  • তদন্তৰ স্বাৰ্থত কোনো তথ্য-প্ৰমাণ আৰু নথি ৰীয়াই নষ্ট কৰিব নোৱাৰিব।

 

  • আদালতৰ নিৰ্দেশ পালেই ৰীয়াই আদালত উপস্থিত হ’ব লাগিব। বিনা অনুমতিত অনুপস্থিত থাকিব নোৱাৰিব। অনুপস্থিতিৰ যথাযথ কাৰণ জনাব লাগিব।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd